NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Lalu Prasad Yadav

পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে

দেশৰ অন্যতম জনপ্ৰিয় তথা বয়োজেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱ সম্প্ৰতি চিকিৎসাজনিত কাৰণত ছিংগাপুৰত আছে। বৃক্কৰ ৰোগত আক্ৰান্ত বিহাৰৰ প্ৰাক্তন...

Acid attack

ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক

ছয় বছৰ পূৰ্বে এগৰাকী ছাত্ৰীক এছিড নিক্ষেপ কৰাৰ অপৰাধত অভিযুক্ত এগৰাকী যুৱকক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তিৰে দণ্ডিত কৰি এক...

Arjuna Award

গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে

পুনৰ এবাৰ ৰাজ্যবাসী তথা ৰাজ্যৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰি তুলিছে বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী...

Dibrugarh University ragging case

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক

ৰাজ্যত তোলপাৰ লগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাঞ্চল্যকৰ ৰেগিং কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে অৱশেষত আজি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। লগতে ৰেগিং...

Tripura political violence

ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পুনৰ সংঘটিত হৈছে আন এক ৰাজনৈতিক হিংসাত্মক ঘটনা। ৰাজ্যখনৰ শাসনাধিষ্ঠ দল ভাৰতীয় জনতা পাৰ্টিৰ একাংশ উন্মত্ত কৰ্মীৰ...

Dowry

যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

দেশত প্ৰচলিত যৌতুক প্ৰথাই মহিলাৰ ওপৰত নমাই অনা ভয়াৱহ শাৰিৰীক আৰু মানসিক উৎপীড়নৰ খবৰে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। ভাৰতীয়...

Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা

Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা

Assam Government Holiday List 2023: আগন্তুক বৰ্ষত সপৰিয়ালে বা  আত্মীয়-স্ৰজন, বন্ধু-বান্ধৱীৰ সৈতে কোনো ঠাইত অৱসৰ বিনোদনৰ বাবে ভ্ৰমণ কৰাৰ পৰিকল্পনা...

Bilkis Bano

দোষীৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল খোদ বিলকিছ বানো

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক...

gang-raped in Bengaluru

বাংগালুৰুত যুৱতীক দলবদ্ধ ধৰ্ষণ অনলাইন বাইক সেৱা চালকৰ: অভিযুক্তক গ্ৰেপ্তাৰ

দেশত উদ্বেগজনক হাৰত ধৰ্ষণৰ ঘটনা বৃদ্ধি হোৱাৰ সময়তে পোহৰলৈ অহা যোৱা শুকুৰবাৰে বাংগালুৰুত সংঘটিত আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই চাঞ্চল্যৰ...

পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হাকামা বিল: অৰণ্য সুৰক্ষা সমিতিৰ আদৰণি উৎসৱৰ প্ৰস্তুতি

পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হাকামা বিল: অৰণ্য সুৰক্ষা সমিতিৰ আদৰণি উৎসৱৰ প্ৰস্তুতি

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰৰ হাকামবিললৈ এই বেলিও আহিছে পৰিভ্ৰমী পক্ষীৰ জাক। উল্লেখযোগ্য যে হাকামা বিলক পক্ষীনিৱেশ ৰূপে...

Page 2406 of 6657 1 2,405 2,406 2,407 6,657

Stay Connected

Recent News