NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

এক হৃদয় বিদাৰক ঘটনা। দৰিদ্ৰতাই মানুহক কিদৰে পথভ্ৰষ্ট কৰিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ শেহতীয়াকৈ পোহৰলৈ আহিছে । মাত্ৰ ৫০...

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সোমবাৰৰ পৰা অসমত আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু...

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

আন এখন গ্ৰেণ্ড শ্লেমৰ ফাইনেল। আকৌ এবাৰ জানিক ছিনাৰ আৰু কাৰ্লোছ আলকাৰাজৰ সন্মুখ সমৰ। এই ছবিখন এতিয়া ক্ৰীড়াপ্ৰেমীৰ বাবে চিনাকি...

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পৰ বন্ধুত্বৰ বাবে ভাৰতৰ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ মূল্যও দিব লগা হৈছে দেশে। এয়া কংগ্ৰেছ সাংসদ...

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

ভাৰতীয় হকী দলটোৱে ৰাজগীৰ হকী ষ্টেডিয়ামত ইতিহাসৰ সৃষ্টি কৰিছে। এছিয়া কাপ ২০২৫ৰ ফাইনেলত কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে...

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

কেৱল ভালপোৱাই নহয়, নাৰীয়ে পুৰুষ সংগীৰ পৰা আৰু আন বহু প্ৰত্যাশা কৰে। কিন্তু তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ বৰ কঠিন হয়।...

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

দিল্লী আদালতে আদানী গ্ৰুপৰ মানহানিকাৰক আৰু অসত্য তথ্য প্ৰকাশৰ অভিযোগত বহুকেইজন সাংবাদিক আৰু দুটা ৱেবছাইটৰ বিৰুদ্ধে অস্থায়ী নিষেধাজ্ঞা জাৰি কৰিছে।...

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে উইক্ৰেইনৰ ওপৰত সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ চলালে ৰাছিয়াই। এই আক্ৰমণত কমেও তিনিজন লোকৰ মৃত্যু হৈছে...

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

দক্ষিণ কোৰিয়াৰ ভূমিত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক গৌৰৱান্বিত কৰি পুৰুষ কম্পাউণ্ড আৰ্চাৰী দলে বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছে। অমন ছাইনী, ঋষভ যাদৱ,...

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম। অসমত চলি থকা উচ্ছেদ অভিযানৰ মাজতে বনাঞ্চলৰ বেদখলৰ উদ্বেগজনক তথ্যই ৰাজ্যত চৰ্চাৰ...

Page 25 of 5975 1 24 25 26 5,975

Stay Connected

Recent News