যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100
উৎসৱৰ বতৰত ভাৰতীয় অটোমোবাইল খণ্ডলৈ আহিল ডাঙৰ চমক। জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা কোম্পানী কাৱাছাকিয়ে (Kawasaki) ভাৰতীয় বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিছে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
উৎসৱৰ বতৰত ভাৰতীয় অটোমোবাইল খণ্ডলৈ আহিল ডাঙৰ চমক। জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা কোম্পানী কাৱাছাকিয়ে (Kawasaki) ভাৰতীয় বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিছে...
দশেৰাত ৰাৱণ বধৰ যোগেদি দুষ্টৰ দমন আৰু শিষ্টৰ পালন উদযাপন কৰা হয়। কিন্তু সেই দিনটোতে দুষ্টসকলৰ পৰা ৰক্ষা নপৰিল এগৰাকী...
কাটাৰ ডকাইতি কাণ্ডৰ এবছৰৰ অন্তত চৰ্চালৈ আহিছে কেৰালাৰ এজন বিজেপি নেতা। অভিযোগ অনুসৰি যোৱা বছৰ কেৰালাৰ পৰা কাটাৰলৈ গৈ চাৰিজন...
দেশখনত সংঘটিত হৈছে এক শিহৰণকাৰী গুলীচালনাৰ ঘটনা। গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত হঠাৎ নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হয়। খবৰ অনুসৰি শুকুৰবাৰে...
১১,২০০ মেগাৱাটৰ প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্প (SUMP)ক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শনিবাৰে পাছিঘাটত অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি কলিং...
অমিত শ্বাহৰ সৈতে ঘনিষ্ঠতা। সেইবাবেই জ্ঞানেশ কুমাৰক দেশৰ ‘মুখ্য নিৰ্বাচন আয়ুক্ত’ হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ...
দিল্লী আৰু হাৰিয়ানাৰ ‘মষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউক আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ কুখ্যাত লৰেন্স বিষ্ণই...
বৰ্তমান সময়ত কাৰোবাৰ লগত সম্পৰ্ক গঢ়ি তোলা আৰু বজাই ৰখাটো বৰ কঠিন হৈ পৰিছে। চকুৰ আগতে সংসাৰ ভাঙি যোৱা দেখাৰ...
অৰুণাচলৰ সীমান্তৰ কেইবাটাও স্থানত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘাত চলি আছে। এই চাঞ্চল্যকৰ তথ্য দিছে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক...
শেষৰ ২টা বলত প্ৰয়োজন হৈছিল ৬ ৰানৰ। জেনিথ লিয়ানাগেৰ হাতত ষ্ট্ৰাইক। জোছ টঙৰ পঞ্চমটো বলত মাৰিলে এটা বিশাল ছয়! আৰু...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd