কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াঃ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত প্ৰশাসনৰ বুলডোজাৰে মহতিয়াই নিলে বহু বাসভৱন
মাত্ৰ কেইঘণ্টামানৰ বৰষুণৰ পিছতে এবুকু পানীত বুৰ যোৱা বাংগালুৰুত চলিল প্ৰসআসনৰ বুলডোজাৰ। বাংগালুৰুৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে কৰ্ণাটকৰ চৰকাৰে...














