NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

NEET অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্টত প্ৰতি বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহে। সাধাৰণতে উচ্চতৰ মাধ্যমিকৰ...

7 Drown In Haryana

উৎসৱৰ আনন্দত বিঘিনি: গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ মৃত্যুক সাবটিলে সাতগৰাকীয়ে

শুকুৰবাৰে নিশা হাৰিয়ানাত গণেশ উৎসৱৰ আনন্দত বিঘিনি ঘটাই সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। দহদিনীয়াকৈ আয়োজন কৰা গণেশ উৎসৱৰ কালি সামৰণিৰ দিনা...

Bilkis Bano case

বিলকিছ বানো গোচৰৰ সম্পূৰ্ণ ৰেকৰ্ড দাখিল কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণকাণ্ডৰ দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনাই...

Himanta Biswa Sarma in Hyderabad

হায়দৰাবাদত অথন্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ: সমুখৰ পৰা মাইক কাঢ়ি নিয়াৰ চেষ্টা শাসকীয় দলৰ কৰ্মীৰ

দক্ষিণ ভাৰতীয় ৰাজ্য তেলেংগানাত আজি এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হায়দৰাবাদত অনুষ্ঠিত হোৱা বিজেপিৰ এক...

Siddique Kappan

দুবছৰৰ অন্তত অৱশেষত জামিন পালে সাংবাদিক ছিদ্দিক কাপ্পানে: উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

দুটা বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত আজি জামিন লাভ কৰিলে কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পনে। আজি মত প্ৰকাশৰ স্বাধীনতাৰ দোহাই দি...

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন আইএমএফ ৰ মুৰব্বীৰ

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন আইএমএফ ৰ মুৰব্বীৰ

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন হৈ পৰিছে আইএমএফ ৰ মুৰব্বী। মুদ্ৰাস্ফীতিৰ ফলত সমাজৰ দুখীয়া লোকসকল অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ মন্তব্য...

Neeraj Chopra Diamond League

জুৰিখত ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই: প্ৰথমগৰাকী ভাৰতীয় হিচাপে জিনিলে ডায়মণ্ড লীগ ফাইনেলছৰ খিতাপ

পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰি তুলিলে অলিম্পিক স্বৰ্ণ জয়ী জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত নিজৰ...

অদমনীয় কিম জং! নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই

অদমনীয় কিম জং! নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াই নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ বুলি ঘোষণা কৰি এখন আইন গৃহীত কৰিছে। একে সময়তে দেশৰ সৰ্বোচ্চ নেতা কিম জং-উনে...

BULU FILM

আজি চিনেমা হলত ‘বুলু ফিল্ম’: বিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা

ক’ভিদকালীন সময়। লকডাউনে কঢ়িয়াই অনা অৰ্থনৈতিক সমস্যাত ভাৰাক্ৰান্ত নিম্ন মধ্যবিত্ত তথা দৰিদ্ৰ ৰাইজ। হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান। সমুখত নাই উপাৰ্জনৰ বাবে...

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা!

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা!

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট...

Page 2545 of 6665 1 … 2,544 2,545 2,546 … 6,665

Stay Connected

Recent News