NE NOW NEWS

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বঙাইগাঁৱত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ কৰ্মশালা

বঙাইগাঁৱত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ কৰ্মশালা

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যলয়ৰ প্ৰেক্ষাগৃহত অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখা আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ ৰ জিলা সমিতিৰ যৌথ উদ্যোগত...

শ্ৰী শ্ৰী আউনীআটী সত্ৰত বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান

শ্ৰী শ্ৰী আউনীআটী সত্ৰত বিশিষ্ট সংগীত শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত উপাধি প্ৰদান

টীয়কৰ কলিয়পানীস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰত আজি আউনীআটি সত্ৰৰ পৃষ্ঠপোষকতাত কণ্ঠ শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি, বিপুল চেতিয়া ফুকনক কণ্ঠ...

অস্কাৰৰ দৌৰত অসমৰ মহৰ্ষি কাশ্যপৰ চুটি ছবি “মোৰ ঘোঁৰাৰ দূৰন্ত গতি”

অস্কাৰৰ দৌৰত অসমৰ মহৰ্ষি কাশ্যপৰ চুটি ছবি “মোৰ ঘোঁৰাৰ দূৰন্ত গতি”

মহৰ্ষি তুহিন কাশ্যপৰ অসমীয়া চুটি ছবি মোৰ ঘোঁৰাৰ দূৰন্ত গতি –দ্য হৰ্চ ফ্ৰম হেভেন-এ শ্ৰেষ্ঠ লাইভ একচন চুটি চলচ্চিত্ৰ শ্ৰেণীত...

Cyrus Mistry Died In Accident মুম্বাইত পথ দুৰ্ঘটনাত মৃত্যু টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ

Cyrus Mistry Died In Accident মুম্বাইত পথ দুৰ্ঘটনাত মৃত্যু টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ

টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছে। দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰৰ ওচৰত এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু...

উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্ব পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্ব পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

নামনি অসমৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত উত্তৰ শালমাৰাত অৱস্থিত কমতাপুৰ স্বায়ত্ব পৰিষদৰ চৌহদত ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ এক ভক্তিময় পৰিবেশৰ...

terrorist

চিকিৎসাধীন অৱস্থাত মৃত্যু ভাৰতীয় সেনাই আটক কৰা পাক সাহায্যপ্ৰাপ্ত সন্ত্ৰাসবাদীৰ

দুসপ্তাহ পূৰ্বে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় সেনাৰ হাতত বন্দী হোৱা পাকিস্তানৰ সাহায্যপ্ৰাপ্ত সন্ত্ৰাসবাদীগৰাকীৰ শনিবাৰে চিকিৎসাধীন অৱস্থাতে হৃদৰোগত আক্ৰান্ত...

Ravindra Jadeja

আঁঠুৰ অস্ত্ৰোপচাৰৰ সন্মুখীন জাদেজা: অনিশ্চিত টি-২০ বিশ্বকাপমুখী ভাৰতীয় দলত

আঁঠুৰ আঘাতৰ বাবে চলিত এছিয়া কাপৰ পৰা বাহিৰ হোৱাৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপতো অনিশ্চিত হৈ পৰিছে ভাৰতীয়...

মহামাৰী ৰূপ ধাৰণ! জিম্বাবোৱেত সৰু আইত আক্ৰান্ত হৈ ৬৮৫ জন লোকৰ মৃত্যু

মহামাৰী ৰূপ ধাৰণ! জিম্বাবোৱেত সৰু আইত আক্ৰান্ত হৈ ৬৮৫ জন লোকৰ মৃত্যু

Zimbabwe measles outbreak জিম্বাবোৱেত সৰু আই-য়ে ক্ৰমান্বয়ে মহামাৰী হৈ পৰিছে। সমগ্ৰ দেশতে টিকাকৰণ অব্যাহত থকা স্বত্বেও দেশখনত সৰু আইৰ প্ৰভাৱৰ...

Teachers’ Day-2022: কিয় ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়?

Teachers’ Day-2022: কিয় ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়?

ভাৰত বৰ্ষত প্ৰতিবছৰে ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উলহ-মালহেৰে পালন কৰি অহা হৈছে। ভাৰত বৰ্ষৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি...

লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি

লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ গুৱাহাটী হেল্থ চিটি হাস্পাতালত নিশা ১.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।...

Page 2554 of 6666 1 … 2,553 2,554 2,555 … 6,666

Stay Connected

Recent News