NE NOW NEWS

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল  ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯

অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯

বিৰোধীৰ প্ৰতিবাদৰ ফলতে চৰকাৰে ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক খন বাতিল কৰিবলৈ বাধ্য হ’ল। এই বিধেয়ক খনৰ জৰিয়তে মানুহৰ যিকোনো ব্যক্তিগত...

টীয়কত চিপচৰ পেকেটত ওলাল খোৱাৰ অনুপযোগী পদাৰ্থ!

টীয়কত চিপচৰ পেকেটত ওলাল খোৱাৰ অনুপযোগী পদাৰ্থ!

আপোনাৰ মৰমৰ শিশুটোকো চিপচ,কুৰকুৰী কিনি দিয়ে নেকি ? হয়তো সকলোৱে দিয়ে।কিন্তু সাৱধান,কিনাৰ আগতে এবাৰ ভাবি চাওক। বহুজাতিক কোম্পানীয়ে শিশুসকলৰ বাবে...

বিধায়ক শ্বেৰমান আলী ইছলামিক জেহাদীৰ অন্যতম সমৰ্থকঃ হিন্দু যুৱ-ছাত্র

বিধায়ক শ্বেৰমান আলী ইছলামিক জেহাদীৰ অন্যতম সমৰ্থকঃ হিন্দু যুৱ-ছাত্র

শ্বেৰমান আলী হৈছে অসমৰ ইছলামিক সাম্ৰাজ্যবাদী আৰু জেহাদীৰ অন্যতম সমৰ্থক। এই দাবী হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত...

যান্ত্ৰিক বিজুতিঃ বিশ্বৰ বহু দেশত বন্ধ হৈ পৰিব পাৰে অত্যধুনিক যুদ্ধ বিমান এফ-৩৫

যান্ত্ৰিক বিজুতিঃ বিশ্বৰ বহু দেশত বন্ধ হৈ পৰিব পাৰে অত্যধুনিক যুদ্ধ বিমান এফ-৩৫

আমেৰিকাৰ লকহিড মাৰ্টিনে নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ উন্নত এফ-৩৫ আইআই লাইটনিং বিমানত দেখা দিয়া যান্ত্ৰিক বিজুতিক লৈ চিন্তিত হৈ পৰিছে...

ছোনিয়া গান্ধী, ৰাহুলক সোধা-পোছাৰ অন্তত নেচনেল হেৰাল্ডৰ কাৰ্যালয়ত তলা ওলোমালে ইডিয়ে

ছোনিয়া গান্ধী, ৰাহুলক সোধা-পোছাৰ অন্তত নেচনেল হেৰাল্ডৰ কাৰ্যালয়ত তলা ওলোমালে ইডিয়ে

নেচনেল হেৰান্ড গোচৰৰ তদন্তই নতুন গতি লৈছে। কংগ্ৰেছৰ অন্তৰ্ৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীক এনফোৰ্চমেণ্ট সঞ্চালকালয়ে (ইডি) একেৰাহে কেইবাদিনো জেৰা কৰাৰ পিছত...

মৰিগাঁও জিলা বাচনি মুকলি দবা প্ৰতিযোগিতা ৬ আৰু ৭ আগষ্টত , তিনি দবাৰুলৈ ফিডে ৰেটিং

মৰিগাঁও জিলা বাচনি মুকলি দবা প্ৰতিযোগিতা ৬ আৰু ৭ আগষ্টত , তিনি দবাৰুলৈ ফিডে ৰেটিং

অহা ৬ আৰু ৭ আগষ্টত অনুষ্ঠিত হ'ব মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতা । মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত আয়োজন কৰা...

শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ

শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ

শিৱসাগৰৰ মাজমজিয়াত ব্ৰাউন চুগাৰ জব্দ । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গাড়ীত লৈ যোৱা অৱস্থাত এক গোপন সূত্ৰৰ পমখেদি শিৱসাগৰ...

Assam Trinamool Youth Congress

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আৰক্ষীৰ নিৰ্যাতনক গৰিহণা অসম তৃণমূল যুৱ কংগ্ৰেছৰ

মঙ্গলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক আৰক্ষীয় প্ৰহাৰ কৰাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম আৰক্ষীৰ এই কাৰ্যক গৰিহণা...

Rape

মধ্যপ্ৰদেশত নৃশংস কাণ্ড: ধৰ্ষণৰ গোচৰত জামিন পোৱাৰ পিছতে একেগৰাকী মহিলাক পুনৰ দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ তথা ধৰ্ষণৰ দৰে নিশংস কাণ্ড। দেশত বাঢ়ি অহা এনে ঘৃণনীয় ঘটনাৰ মাজতে...

India vs Pakistan Asia Cup

আকৌ ভাৰত-পাক যুঁজ! ঘোষিত হ’ল এছিয়া কাপৰ সূচী, ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে

পুনৰ এবাৰ ক্ৰিকেটপ্ৰেমীৰ সমুখত ভাৰত-পাকিস্তান মেচৰ উপভোগৰ সুযোগ। পুনৰ এবাৰ ক্ৰিকেট জগতৰ এই হাইপ্ৰফাইল যুঁজ উপভোগ কৰিব বিশ্বৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে।...

Page 2603 of 6668 1 … 2,602 2,603 2,604 … 6,668

Stay Connected

Recent News