NE NOW NEWS

লোচন কৌশিক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

World Population Day বিশ্ব জনসংখ্যা দিৱস: দেশৰ বাবে বিশেষ খৱৰ; অহা বছৰেই ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক!

World Population Day বিশ্ব জনসংখ্যা দিৱস: দেশৰ বাবে বিশেষ খৱৰ; অহা বছৰেই ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক!

India to surpass China as world's populous country আজি বিশ্ব জনসংখ্যা দিৱস। আজিৰ দিনটোত দেশৰ বাবে আছে এটা বিশেষ খবৰ।...

Sri Lanka Crisis: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ ৰাজপ্ৰাসাদৰ গুপ্তধনে উদঙাইছে ‘সাথন নহ’ চৰকাৰৰ  স্বৰূপ

Sri Lanka Crisis: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ ৰাজপ্ৰাসাদৰ গুপ্তধনে উদঙাইছে ‘সাথন নহ’ চৰকাৰৰ স্বৰূপ

Huge amount of money found at Sri Lanka President's house আজি শ্ৰীলংকাৰ ভয়াৱহ পৰিস্থিতিৰ কাৰণ হৈছে দেশখনত ধনৰ অভাৱ। কিন্তু...

JEE Main Session 1 Result: প্ৰকাশ পালে JEE Main পৰীক্ষাৰ ফলাফল; কেনেদৰে চাব ফলাফল?

JEE Main Session 1 Result: প্ৰকাশ পালে JEE Main পৰীক্ষাৰ ফলাফল; কেনেদৰে চাব ফলাফল?

JEE Main পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। কালিলৈকে ফলাফল প্ৰকাশৰ বিষয়ে জল্পনা-কল্পনা চলি থকাৰ পিছতো পৰীক্ষাৰ আয়োজক নেচনেল টেষ্টিং...

Japan’s Upper House Poll: শিনজো আবেৰ মৃত্যুৰ পিছতো জাপানৰ নিৰ্বাচনত এলডিপি-ৰ বৃহৎ জয়

Japan’s Upper House Poll: শিনজো আবেৰ মৃত্যুৰ পিছতো জাপানৰ নিৰ্বাচনত এলডিপি-ৰ বৃহৎ জয়

Japan's Upper House Poll জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ হত্যাৰ পিছতে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভাষণ...

IND vs ENG 3rd T20: ইংলেণ্ডত সূৰ্যোদয়! নিয়মৰক্ষাৰ মেচত পৰাজিত ভাৰত; সূৰ্যকুমাৰৰ শতক স্বত্তেও আধৰুৱা হোৱাইটৱাছৰ স্বপ্ন

IND vs ENG 3rd T20: ইংলেণ্ডত সূৰ্যোদয়! নিয়মৰক্ষাৰ মেচত পৰাজিত ভাৰত; সূৰ্যকুমাৰৰ শতক স্বত্তেও আধৰুৱা হোৱাইটৱাছৰ স্বপ্ন

England avoid whitewash ভাৰতে ইতিমধ্যে শৃংখলাটো হস্তগত কৰিছিল। দেওবাৰৰ খেলখন কেৱল নিয়ম ৰক্ষাৰ খেল আছিল। খেলখনত ইংলেণ্ডে ২১৬ ৰাণৰ পাহাৰ...

Nukad Natak issue: বিৰিঞ্চি বৰাক অনাহকতে গ্ৰেপ্তাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক: ডি ৱাই এফ আই

Nukad Natak issue: বিৰিঞ্চি বৰাক অনাহকতে গ্ৰেপ্তাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক: ডি ৱাই এফ আই

Nukad Natak issue নগাঁওত বাটৰ নাটেৰ প্ৰতিবাদ কৰাৰ বাবে বিৰিঞ্চি বৰা নামৰ নাট্য কৰ্মীজন গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ঘটনাক ভাৰতৰ গণতান্ত্ৰিক...

Amarnath Cloudburst

অব্যাহত আছে অমৰনাথ দুৰ্ঘটনাত নিখোজ ব্যক্তিৰ সন্ধান অভিযান: স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ অমৰনাথৰ পবিত্ৰ গুহা মন্দিৰৰ ওচৰত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানপানীৰ পিছত সন্ধানহীন হৈ থকা ৪০...

AASU

ৰজাবাৰীত টীয়ক আছুৰ উদ্যোগত আজিৰে পৰা বিনামূলীয়া পাঠদান

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত আজিৰে পৰা টীয়কৰ ৰজাবাৰীত আৰম্ভ হৈছে বিনামূলীয়া পাঠদান কাৰ্যসূচী। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ...

Biriyani

বিশ্বনাথত পুনৰ বিৰিয়ানী বিতৰ্ক: এইবাৰ বিৰিয়ানীত ওলাল গেলা মাংস

হোটেল অথবা ৰেষ্টুৰাৰ খাদ্য আপোনাৰ খুব প্ৰিয় নেকি? যদি প্ৰিয় এই খাদ্য খোৱাৰ আগত ভালকৈ চাই ল’ব খাদ্যৰ গুণাগুণ। কাৰণ...

Road accident

কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰিজন আহত

আজি বিয়লি কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ তিনালী চ’কত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ AS 16 AC4054 নম্বৰৰ এখন অইল ট্ৰেংকাৰ...

Page 2636 of 6669 1 … 2,635 2,636 2,637 … 6,669

Stay Connected

Recent News