NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বৰপেটা জিলাৰ পহুমাৰা নদীত আজি এটা গাঙ্গেতিক ডলফিনৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। স্থানীয় লোকে প্ৰথমে মৃত ডলফিনটো...

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ,আই নদী আৰু মানাহ নদীৰ জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি হৈ আছে।...

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

সাৱধান! আপুনি যদি ঘৰৰ পৰা ক’ৰবালৈ ওলাই গৈছে সাৱধান হওক। লগত ৰাখক আধাৰ কাৰ্ড, পান কাৰ্ড অথবা অন্য কোনো পৰিচয়...

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

দেশব্যাপী চৰ্চাত থকা বাৰানসীৰ জ্ঞানৱাপী মছজিদ বিতৰ্কৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক ৰতন লালক আজি দিল্লীৰ...

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দেশৰ জনতাক আংশিক সকাহ দি আজি কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ মূল্য সামান্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। সেইমৰ্মে পেট্ৰ'লৰ মূল্য ৯.৫০...

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

সাধাৰণতেই ধাৰণা কৰা হয়, বয়স বাঢ়ি যোৱা মানেই মনোবল হ্ৰাস পায়। পিছে ই যে সকলোৰে ক্ষেত্ৰত হ'ব তেনে কি কথা...

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

আজিৰে পৰা বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক পূৰ্ণাংগ পৰ্যায়ত তথা জিলা ন্যায়িক আদালত হিচাপে উন্নীত কৰণ কৰা হ'ল । আজি বিশ্বনাথৰ...

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

হয়তো কোনেও কব নোৱাৰে মহেন্দ্ৰ সিং ধোনী কি ধাতুৰে তৈয়াৰি! যি বয়সত এজন ক্ৰিকেটাৰে সন্ন্যাস লয়, কোচিঙক পেছা হিচাপে বাছি...

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

সকলোৱে জানে যে বিজেপি দলৰ ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ আটাইতকৈ ডাঙৰ সংকল্পটো আছিল বানমুক্ত অসম গঢ়িব ৷ কিন্তু পীযুষ হাজৰিকাৰ...

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে ইউৰোপীয় দেশসমূহে গ্ৰহণ কৰা স্থিতিৰ মাজতে ৰাছিয়াৰ গেছ কোম্পানী গাজপ্ৰমে ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰি দিছে। ফিনলেণ্ডে...

Page 2716 of 6672 1 … 2,715 2,716 2,717 … 6,672

Stay Connected

Recent News