শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ ইংগিত: উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব ৰাজ্যৰ হাইস্কুলসমূহ
অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ ইংগিত দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। সেইমৰ্মে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ শিক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।...














