NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

দিশপুৰ মহাবিদ্যালয়ত শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কীয় কৰ্মশালা সম্পন্ন

দিশপুৰ মহাবিদ্যালয়ত শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কীয় কৰ্মশালা সম্পন্ন

দিশপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপণ কোষৰ উদ্যোগত মঙলবাৰে মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কত এখনি কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটী...

Punjab CM on teachers

শিক্ষকৰ নাথাকিব কোনো অতিৰিক্ত বোজা; শিক্ষাদানেই হ’ব প্ৰাথমিক আৰু প্ৰধান লক্ষ্য

এতিয়াৰ পৰা পঞ্জাৱৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলে প্ৰাথমিক দায়িত্ব হিচাপে কেৱল শিক্ষকতাৰ সৈতে জড়িত কামত গুৰুত্ব দিব। তেওঁলোকৰ কান্ধত নাথাকিব...

BJP worker vandalised Kejriwal’s residence

কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰা ৮ জন ব্যক্তিক গ্ৰেপ্তাৰ; তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ

বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰা আঠজন লোকক আজি গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত...

Ramdev warned reporter

‘পুনৰ এনে প্ৰশ্ন কৰিলে ভাল নহ’ব’- ৰামদেৱৰ পেট্ৰ’ল সম্পৰ্কীয় উক্তিক লৈ প্ৰশ্ন কৰা সাংবাদিকক ধমকি ৰামদেৱৰ

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগ গুৰু ৰামদেৱে পেট্ৰ’ল-ডিজেল সন্দৰ্ভত কৰা মন্তব্য সকলোৰে জ্ঞাত। জনসাধাৰণক ৯০ টকীয়া পেট্ৰ’ল লাগিব নে...

WhatsApp Image 2022-03-31 at 5.04.43 PM

১ এপ্ৰিলৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব গঁড়ৰ পিয়ল

মানস ৰাষ্ট্ৰীয় উদ্যানত ১ এপ্ৰিলৰ পৰা গঁড়ৰ পিয়ল আৰম্ভ হ'ব আৰু ৩ এপ্ৰিললৈ এই গণনা চলিব। এই সময়ছোৱাত উদ্যানখন পৰ্যটকৰ...

AFSPA in North-East

আফস্পা মুক্ত হ’ব অসম, নাগালেণ্ড, মণিপুৰৰ কেইবাটাও অঞ্চল: জনালে গৃহমন্ত্ৰী অমিত শ্বাহে

অৱশেষত উত্তৰ-পূবৰ কিছু অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, চমুকৈ আফস্পা উঠোৱাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে...

Man hacks IndiGo website

হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে ইণ্ডিগ’ৰ ৱেবচাইট! বাঙ্গালোৰৰ যুৱকৰ কৰ্মই লগাইছে চমক

বিমান যাত্ৰাৰ সময়ত নিজৰ হেৰুওৱা লাগেজৰ বাবে যাত্ৰী চিন্তিত হৈ পৰাটো এটা সাধাৰণ ঘটনা। এনে হেৰুওৱা লাগেজ বিচাৰি সাধাৰণতে যাত্ৰীসকলে...

Screenshot_20220331_142248

উত্তৰ পূব কয়লাক্ষেত্ৰৰ লিডু পাটকাই আৰু চীনা বস্তিত কয়লা চোৰৰ উপদ্ৰৱ, আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী!

প্ৰায় দুবছৰে বন্ধ হৈ থকা ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ২৬ মাৰ্চ তাৰিখে টিকক কলিয়ৰীত সম্প্ৰসাৰিত...

WhatsApp-Image-2021-03-13-at-10.01.41-AM-750x375

১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

অহা ১৭ জুলাইত সমগ্ৰ দেশতে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰৱেশ পৰীক্ষা...

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী

ৰাজ্যত পুনৰ ঘটিছে এনকাউণ্টাৰৰ ঘটনা। কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন গাঞ্জা সৰবৰাহকাৰীৰ ভিতৰৰে এজন আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হৈছে।...

Page 2793 of 6676 1 … 2,792 2,793 2,794 … 6,676

Stay Connected

Recent News