NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Lakhimpur Kheri incident

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব লখিমপুৰ খেৰীত নিহত কৃষকৰ পুত্ৰই

লখিমপুৰ খেৰীৰ ঘটনাত নিহত এজন কৃষকৰ পুত্ৰই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিবলৈ আগবাঢ়িছে। নিহত কৃষক নাচতাৰ সিঙৰ...

গুলমাৰ্গৰ ইগলু ৰেষ্টুৰেণ্টে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

গুলমাৰ্গৰ ইগলু ৰেষ্টুৰেণ্টে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

এখন বৰফেৰে নিৰ্মাণ কৰা ৰেষ্টুৰেণ্ট, যি খন ৰেষ্টুৰেণ্ট এতিয়া হৈ পৰিছে কাশ্মীৰৰ গুলমাৰ্গ ভ্ৰমণ কৰা পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।...

West Indies vs India

ভাৰতীয় ক্ৰিকেট শিবিৰত সালসলনি: দললৈ আমন্ত্ৰণ ঈষাণ কিষাণক; দলত আন এখন নতুন মুখ

দেওবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে প্ৰথমখন এদিনীয়াৰ বাবে আজি ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত দুজন খেলুৱৈক...

২১৬ ফুট উচ্চতাৰ ‘সমতাৰ প্ৰতিমূৰ্তি’ উদ্বোধন কৰিলে মোদীয়ে

২১৬ ফুট উচ্চতাৰ ‘সমতাৰ প্ৰতিমূৰ্তি’ উদ্বোধন কৰিলে মোদীয়ে

মানুহৰ মাজত সমতাৰ বাণী বিলাই যোৱা ১১ শতিকাৰ সাধু শ্ৰী ৰামানুজাচাৰ্যৰ ২১৬ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Divorces Due To Traffic

বিবাহ বিচ্ছেদৰ নতুন কাৰণ উদঘাটন বিজেপি নেতাৰ পত্নীৰ: ৩ শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ যান-জঁট

আপুনি বিবাহিত নেকি ? পথত যান-জঁটত আৱদ্ধ হৈ পৰিছে নেকি ? যদি হৈছে সাৱধান! আপোনাৰ বিবাহ বিচ্ছেদ হ’ব পাৰে! শুনিবলৈ...

মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ভাষাৰ ছবি খামগ্লিনাই গৌছৌনিৰ শুভ মুক্তি

মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ভাষাৰ ছবি খামগ্লিনাই গৌছৌনিৰ শুভ মুক্তি

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ হাব্ৰুবাৰীস্থিত ৰেলৱে উৰণীয়া সেতুৰ ডাউন-টাউন কাফেত আজি এমবি প্ৰডাকচন পৰ্বতঝৰাৰ বেনাৰত নিৰ্মিত একছন,ৰোমান্স,মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ছবি...

সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ এখন বিদ্যালয়ে সলালে নাম ফলক

সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ এখন বিদ্যালয়ে সলালে নাম ফলক

সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ শিক্ষা খণ্ডৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়ববীয়াই ললে এক ব্যতিক্ৰমী পদক্ষেপ। বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ...

বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰে জৰিত এগৰাকী মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰে জৰিত এগৰাকী মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

  ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো কিন্তু বন্ধ হোৱা নাই এই বেহা ৷ উঠি অহা প্ৰজন্মৰ জীৱনক...

Jammu and Kashmir

জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযানত দুই সন্ত্ৰাসবাদীৰ মৃত্যু

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰত অব্যাহত থকা সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। আজি পুৱা শ্ৰীনগৰৰ জাকুৰা অঞ্চলত সন্ত্ৰাসবাদী...

Akhil Gogoi

সমষ্টিবাসীক স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰবাসী ৰাইজক সু-স্বাস্থ্যৱান আৰু স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈয়ে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। আজি বিধায়ক অখিল গগৈয়ে...

Page 2886 of 6680 1 … 2,885 2,886 2,887 … 6,680

Stay Connected

Recent News