NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index

লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

লাডাখৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ তিনি ঠাইৰ পৰা ভাৰত আৰু চীন দুই দেশে সেনা প্ৰত্যাহাৰ কৰিলেও সীমান্তৰ উত্তেজনা এতিয়াও শাম কটা...

image.jpg000

কিম বিৰোধী লিফলেট প্ৰচাৰ : দঃ কোৰিয়াক ভাবুকি প্ৰদান উঃ কোৰিয়াৰ শাসক কিম জং উনৰ

পিয়ংইয়ং বিৰোধী লিফলেট সংক্ৰান্তীয় বিবাদে নতুন মোৰ লৈছে চিৰ বৈৰী দুই ৰাষ্ট্ৰ দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত। উত্তৰ কোৰিয়াৰ...

বঙাইগাঁৱত সাংসদ পুঁজিৰে নিৰ্মিত আধৰুৱা দলঙৰ পৰা পৰি শিশুৰ সলিল সমাধি

বঙাইগাঁৱত সাংসদ পুঁজিৰে নিৰ্মিত আধৰুৱা দলঙৰ পৰা পৰি শিশুৰ সলিল সমাধি

বঙাইগাঁও জিলাত আজি সাংসদ পুঁজিৰ এখন আধৰুৱা দলঙৰ পৰা পৰি এটি শিশুয়ে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।...

‘অসমত নতুনকৈ তেল-গেছ অন্বেষণ আৰু উত্তোলন কৰিব নোৱাৰিব অইল ইণ্ডিয়াই’ : আলফা(স্বা)

‘অসমত নতুনকৈ তেল-গেছ অন্বেষণ আৰু উত্তোলন কৰিব নোৱাৰিব অইল ইণ্ডিয়াই’ : আলফা(স্বা)

তিনিচুকীয়া জিলাৰ বাঘজান তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তিবাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)এ। আলফা(স্বা)ৰ প্ৰচাৰ...

টীয়কত চলি থকা অবৈধ সুৰা, চুলাই ভাটি উচ্ছেদৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

টীয়কত চলি থকা অবৈধ সুৰা, চুলাই ভাটি উচ্ছেদৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

লকডাউনৰ সুবিধা লৈ টীয়কত এচাম অবৈধ সুৰা ব্যৱসায়ীয়ে অবাধ হাৰত গাঁৱে ভূঁইয়ে দেশীয় মদৰ লগতে চুলাইৰ ব্যৱসায়  চলাই থকাৰ অভিযোগ...

image

উচ্চ বৰ্ণৰ যুৱতীৰে প্ৰেম কৰাৰ অপৰাধত ৰ’ড আৰু পাথৰেৰে প্ৰহাৰ কৰি দলিত যুৱকক হত্যা

উচ্চ বৰ্ণৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম কৰাৰ অপৰাধত এজন দলিত যুৱকক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। ৰ’ড...

কোভিড-১৯ৰ বাবে পুনৰ বন্ধ হ’ব পাৰে দিল্লীৰ জামা মছজিদ : শ্বাহী ইমাম

কোভিড-১৯ৰ বাবে পুনৰ বন্ধ হ’ব পাৰে দিল্লীৰ জামা মছজিদ : শ্বাহী ইমাম

দিল্লীত কোভিড-১৯ৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কিছুদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব পাৰে পুৰণি দিল্লীস্থিত বিখ্যাত...

EaFT-7NU4AE53yj

লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

লাডাখৰ চীন-ভাৰত সীমান্তকলৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে লাডাখৰ বিজেপি সাংসদগৰাকীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে...

ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

মুম্বাই আৰক্ষীত ক’ৰ’নাৰ সংহাৰ; এই পৰ্যন্ত ১৯০৮ গৰাকী কৰ্মী আক্ৰান্ত

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত বৃদ্ধি পাই...

বাঘজানৰ জুইত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বাঘজানৰ জুইত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

উজনি অসমৰ তিনিচুকীয়াৰ অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত তৈলক্ষেত্ৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা অৱগত কৰোৱাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধান...

Page 3601 of 5959 1 3,600 3,601 3,602 5,959

Stay Connected

Recent News