NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Rahul Gandhi public rally

মোদীৰ ‘১৫ লাখ’ নোপোৱা ভোটাৰলৈ ৰাহুল গান্ধীৰ নিম্নতম আয়ৰ প্ৰতিশ্ৰুতি

কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে দেশৰ সকলো দুখীয়া মানুহক এটা নিম্নতম আয়ৰ নিশ্চিতি দিয়া হ'ব। এই নিম্নতম আয় হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী আটক

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী আটক

দৰং আৰক্ষীয়ে আজি চলোৱা এক সফল অভিযানত এটা .৩০৩ ৰাইফল আৰু কেইবাজাঁই গুলীসহ এগৰাকী দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।...

শিৱসাগৰৰ ৰাজপথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰৰ ৰাজপথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ মহকুমা...

পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আহ্বানেৰে ‘প্ৰণাম’ আয়োগৰ শুভাৰম্ভ মুখ্য মন্ত্ৰীৰ

পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আহ্বানেৰে ‘প্ৰণাম’ আয়োগৰ শুভাৰম্ভ মুখ্য মন্ত্ৰীৰ

কৰ্মচাৰীৰ পিতৃ-মাতৃৰ প্ৰতি থকা কৰ্তব্যক আইনী ব্যৱস্থাৰে সামৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সোণোৱালে আজি উদ্বোধন কৰে প্ৰণাম আয়োগৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়...

অৰুণাচলৰ চাংলাং জিলা বন্ধত কেইবাঠাইটো হিংসাত্মক ঘটনা

অৰুণাচলৰ চাংলাং জিলা বন্ধত কেইবাঠাইটো হিংসাত্মক ঘটনা

৬টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ লোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গুলীচালনা কৰা ঘটনাৰ...

কৃষি, শিক্ষাক সামৰি হাগ্ৰামাৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিটিচি বাজেট

কৃষি, শিক্ষাক সামৰি হাগ্ৰামাৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিটিচি বাজেট

আজিৰ পৰা কোকৰাঝাৰত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সাধাৰণ বাজেট অধিৱেশন। বিটিএডি অঞ্চলৰ গ্ৰাম্যঞ্চলৰ বিকাশ, স্বাস্থ্য, পথ পৰিবহণ...

Mohonto-Pangning-Thumb-1

“মুম্বাই আক্ৰমণৰ পিছতো পাক অধিকৃত কাশ্মীৰত বোমা দিবলৈ ওলাইছিলো, চৰকাৰৰ অন্তিম সংকেত নাপালো”

পুলৱামা-কাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে ২৫ ফেব্ৰুৱাৰিৰ পুৱতি নিশা পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিবোৰত বোমা পেলোৱাৰ দৰে ভাৰতীয় বায়ুসেনা অনুৰূপ এটা...

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডত অসমক সহায় কৰিব পাৰে আমেৰিকাই : মাৰ্কিন ৰাষ্ট্ৰদূত

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডত অসমক সহায় কৰিব পাৰে আমেৰিকাই : মাৰ্কিন ৰাষ্ট্ৰদূত

প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি এক আলোচনাত মিলিত...

চাহ বাগিচাত অবৈধ সুৰা নিষিদ্ধ কৰাৰ দাবীৰে আটছাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

চাহ বাগিচাত অবৈধ সুৰা নিষিদ্ধ কৰাৰ দাবীৰে আটছাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

অসমৰ চাহ বাগিচাসমূহত অবৈধ সুৰা সম্পুৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবীৰে আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয়...

শিৱসাগৰত ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে আনন্দৰাম বৰুৱা বঁটা

শিৱসাগৰত ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে আনন্দৰাম বৰুৱা বঁটা

শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি জিলাখনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৭৫ শতাংশ বা...

Page 4532 of 5975 1 4,531 4,532 4,533 5,975

Stay Connected

Recent News