নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
গঁড় সুৰক্ষাৰ বাবে নিয়োজিত বিশেষ টাষ্ক ফৰ্চৰ এক বিশেষ সূত্ৰৰ আধাৰত আজি বোকাখাত আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাই...
‘১১ ডিচেম্বৰত ঘোষিত পাঁচৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী ফলাফলে ভাৰতীয় জনতা পাৰ্টীৰ ভ্ৰষ্টাচাৰী আৰু কুশাসনৰ স্বৰূপ উদঙাই দিছে। কেন্দ্ৰ আৰু ৰাজ্যত থকা...
কেৰালাৰ কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ (চি অ’অ’) হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ উৎপল বৰুৱাক। বৰুৱাই ১৯৯৩ চনত ভাৰতীয় বিমানবন্দৰ...
অসমৰ চাহ উদ্যোগকলৈ বিভিন্ন আঁচনি আৰু পদক্ষেপলৈ থকাৰ সময়তে এইবাৰ উক্ত উদ্যোগক শক্তিশালী আৰু প্ৰতিযোগিতামূলক কৰাৰ বাবে আগবাঢ়ি আহিছে ৰাষ্ট্ৰসংঘৰ...
সমাজকৰ্মী দেউতাকৰ স্মৃতিত নাম দিয়া এটা জৰাজীৰ্ণ পথক নিজৰ জেপৰ ধন ভাঙি বিশ্বমানৰ পথৰ ৰূপ দিছে ডিব্ৰুগড়ৰ এজন পুত্ৰ সন্তানে।...
যিবোৰ সন্দেহযুক্ত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, সেইবোৰৰ আপত্তি দৰ্শোৱা কাৰ্য এন আৰ চি কৰ্তৃপক্ষৰহে।সাধাৰণ ৰাইজক ইয়াৰ মাজলৈ টানি...
অহা ২৫ ডিচেম্বৰে বগীবিল দলংখন উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দলংখন উদ্বোধন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা এখন...
টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৃহস্পতিবাৰে ২০২০...
আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ডি এল এড (NIOS) ৰ অধ্যয়ন কেন্দ্ৰ ক্ৰমে আজমল কলেজ অৱ আৰ্টচ এণ্ড চায়েন্স আৰু মৰিয়ম...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd