NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

দিল্লী মেট্ৰ’ৰ আৱাসিক কলনিত অগ্নিকাণ্ড; একেটা পৰিয়ালৰ ৩ জন সদস্যৰ মৰ্মান্তিক মৃত্যু

দিল্লী মেট্ৰ’ৰ আৱাসিক কলনিত অগ্নিকাণ্ড; একেটা পৰিয়ালৰ ৩ জন সদস্যৰ মৰ্মান্তিক মৃত্যু

দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ ষ্টাফ কোৱাৰ্টাৰত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। মঙলবাৰে...

পাথানকোটত দেশদ্ৰোহৰ অভিযোগত ১৫ বছৰীয়া কিশোৰ গ্ৰেপ্তাৰ: পাকিস্তানলৈ পঠিয়াইছিল গুৰুত্বপূৰ্ণ তথ্য

পাথানকোটত দেশদ্ৰোহৰ অভিযোগত ১৫ বছৰীয়া কিশোৰ গ্ৰেপ্তাৰ: পাকিস্তানলৈ পঠিয়াইছিল গুৰুত্বপূৰ্ণ তথ্য

পঞ্জাৱৰ পাথানকোটত এক অতি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে যিয়ে দেশৰ নিৰাপত্তা সংস্থাসমূহক চিন্তিত কৰি তুলিছে। আৰক্ষীয়ে জনোৱা অনুসৰি এগৰাকী ১৫...

ক্ষতিপূৰণ অবিহনেই আই পি এলৰ ৯.২ কোটি টকাৰ পাৰিতোষিক হেৰুৱাব পাৰে মুস্তাফিজুৰে

ক্ষতিপূৰণ অবিহনেই আই পি এলৰ ৯.২ কোটি টকাৰ পাৰিতোষিক হেৰুৱাব পাৰে মুস্তাফিজুৰে

আই পি এলৰ নিলামত ৯.২০ কোটি টকাৰ বৃহৎ মূল্যত কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰা বাংলাদেশৰ তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানে এতিয়া...

ছুইজাৰলেণ্ডে জব্দ কৰিলে ‘অপহৃত’ ৰাষ্ট্ৰপতি মাদুৰোৰ সম্পত্তি : কিয় গ্ৰহণ কৰা হ’ল এই কঠোৰ পদক্ষেপ?

ছুইজাৰলেণ্ডে জব্দ কৰিলে ‘অপহৃত’ ৰাষ্ট্ৰপতি মাদুৰোৰ সম্পত্তি : কিয় গ্ৰহণ কৰা হ’ল এই কঠোৰ পদক্ষেপ?

আমেৰিকাত সপত্নীক বন্দী হৈ থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক লৈ বিশ্ব ৰাজনীতিত তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ছুইজাৰলেণ্ড চৰকাৰে এক...

পুনৰ অসুস্থ ছোনিয়া গান্ধী! ততাতয়াকৈ ভৰ্তি কৰা হ’ল দিল্লীৰ চিকিৎসালয়ত

পুনৰ অসুস্থ ছোনিয়া গান্ধী! ততাতয়াকৈ ভৰ্তি কৰা হ’ল দিল্লীৰ চিকিৎসালয়ত

কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী পুনৰ অসুস্থ! সোমবাৰে সন্ধিয়া দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি বৰ্তমান...

বিক্ষোভ-প্ৰতিবাদত ‘ৰক্তাক্ত’ ইৰাণ! কমেও ৩৫ জনৰ মৃত্যু, ভাৰতীয়সকলক সকীয়াই দিছে দিল্লীয়ে

বিক্ষোভ-প্ৰতিবাদত ‘ৰক্তাক্ত’ ইৰাণ! কমেও ৩৫ জনৰ মৃত্যু, ভাৰতীয়সকলক সকীয়াই দিছে দিল্লীয়ে

অৰ্থনৈতিক পৰিস্থিতিৰ অৱনতি ঘটাক লৈ ইৰাণত আৰম্ভ হোৱা প্ৰতিবাদত কমেও ৩৫ জন লোকৰ মৃত্যু হৈছে। ১২০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।...

আৰ্থিক সংকটেই কাৰণ! মাতৃ, ভগ্নী আৰু ভাতৃক নিৰ্মমভাৱে হত্যা; তাৰ পিছত কি কৰিলে যুৱকে?

আৰ্থিক সংকটেই কাৰণ! মাতৃ, ভগ্নী আৰু ভাতৃক নিৰ্মমভাৱে হত্যা; তাৰ পিছত কি কৰিলে যুৱকে?

দিল্লীত এটা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মাতৃ, ভগ্নী আৰু নাবালক ভাতৃক হত্যা কৰি থানালৈ গৈ আত্মসমৰ্পণ কৰে এজন যুৱকে।...

কূটনৈতিক মৰ্যাদা লাভ পেলেষ্টাইনৰ! লণ্ডনত মুকলি হ’ল দূতাবাস

কূটনৈতিক মৰ্যাদা লাভ পেলেষ্টাইনৰ! লণ্ডনত মুকলি হ’ল দূতাবাস

গাজাত ইজৰাইলৰ একপক্ষীয় আক্ৰমণৰ প্ৰেক্ষাপটত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰিটেইনে। প্ৰায় চাৰে তিনি মাহ পূৰ্বে দিয়া স্বীকৃতিৰ ভিত্তিত ব্ৰিটেইনৰ...

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ পৰলোকপ্ৰাপ্তি

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ পৰলোকপ্ৰাপ্তি

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাডীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। জানিব পৰা মতে, প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকী পুনেৰ দীননাথ মংগেশকাৰ...

ট্ৰাম্পৰ নিয়ন্ত্ৰণত মোডী, তেওঁক দেখি মোৰ “মোগেম্বো খুচ হুৱা” সংলাপটো মনলৈ আহিছে: মল্লিকাৰ্জুন খাৰ্গে

ট্ৰাম্পৰ নিয়ন্ত্ৰণত মোডী, তেওঁক দেখি মোৰ “মোগেম্বো খুচ হুৱা” সংলাপটো মনলৈ আহিছে: মল্লিকাৰ্জুন খাৰ্গে

ভাৰতৰ ৰাছিয়াৰ তেল আমদানি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ পিছতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ...

Page 488 of 6657 1 487 488 489 6,657

Stay Connected

Recent News