ঘোচ লোৱাৰ অভিযোগ! ৰাজস্থানৰ তিনি বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ৰাজস্থানৰতিনিজন বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ঘোচলোৱাৰ অভিযোগ! তিনিওজন বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰএজন শাসক দল বিজেপিৰ বিধায়ক, এজন...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
ৰাজস্থানৰতিনিজন বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ঘোচলোৱাৰ অভিযোগ! তিনিওজন বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰএজন শাসক দল বিজেপিৰ বিধায়ক, এজন...
অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল পুনৰ উত্তপ্ত হৈ পৰিছে। দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১ জনীয়া এটা অস্ত্ৰধাৰী নগা দলে...
‘হোৱেন হেৰী মেট চেলি’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ পৰিচালক ৰব ৰেইনাৰ আৰু তেওঁৰ পত্নী মিচেল চিংগাৰ ৰেইনাৰৰ অস্বাভাৱিক মৃত্যু ঘটিছে।...
দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ‘ভোট চোৰ, গাদ্দী ছোড়’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই সমাৱেশত দেশৰ বিভিন্ন...
ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত...
বিহাৰৰ মুজাফৰপুৰত দেওবাৰে নিশা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। এজন ৩৫ বছৰীয়া লোকে নিজৰ পাঁচটা সন্তানক ডিঙিত চিপ লগাই হত্যাৰ...
উদয়ম এগ্ৰ’ ফুডছে জলপান আৰু ৰেডি টু মেক ব্ৰেকফাষ্ট পেকেজড খাদ্য প্ৰস্তুত কৰে। তদুপৰি এই কোম্পানীয়ে ৬৬৮ কোটি টকাৰ বিভিন্ন...
বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনৰ ওপৰত এতিয়া বৃহৎ দায়িত্ব। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। ৪৫...
বিশিষ্ট সাংবাদিক তথা 'দ্য আছাম ট্ৰিবিউন' গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ঘটিছে। তেওঁ বাৰ্ধক্যজনিত কাৰণত ৯৪ বছৰ বয়সত...
স্তনৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনৰ বাকী অংশতকৈ পৃথক হোৱা এক পিণ্ড (Lump)। স্তনত এনে পিণ্ড চিনাক্ত হ’লে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd