LoC-ত শতাধিক উগ্ৰপন্থীৰ ঘাটি! BSF-এ দিলে আন এক ‘অপাৰেচন সিন্দুৰ’ আক্ৰমণৰ সকীয়নি
জম্মু-কাশ্মীৰত পুনৰ অশান্তি সৃষ্টিৰ লক্ষ্যৰে পাকিস্তানী উগ্ৰপন্থীসকল পুনৰ সক্ৰিয় হৈ উঠাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখা (LoC)-ৰ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
জম্মু-কাশ্মীৰত পুনৰ অশান্তি সৃষ্টিৰ লক্ষ্যৰে পাকিস্তানী উগ্ৰপন্থীসকল পুনৰ সক্ৰিয় হৈ উঠাৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখা (LoC)-ৰ...
পশ্চিমবংগৰ লগতে বৰ্তমান ১২খন ৰাজ্যত এছআইআইৰ কাম চলি আছে। এই সময়ছোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জনগণনাৰ বিষয়ে জানিবলৈ দিছে। মঙলবাৰে সংসদত...
ক্ৰাইম পেট্ৰ’ল চাই গুৱাহাটীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ঠিকাদাৰ বীৰেণ তামুলীক গুৱাহাটীৰ চানমাৰিত হত্যা কৰিছিল ঘাতকে। প্ৰায় তিনিমাহৰ অন্তত...
অষ্ট্ৰিয়াৰ ৩১ বছৰীয়া সৌন্দৰ্য্য বিষয়ক জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ষ্টেফানী পাইপাৰৰ মর্মান্তিক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাইপাৰৰ মৃতদেহ স্লোভেনিয়াৰ এখন অৰণ্যত এটা...
মাত্ৰ তিনি ফুট উচ্চতা, ওজন মাথোঁ ২০ কেজি। ডাক্তৰী ভাষাত 'ডোৱাৰ্ফিজম'। তেওঁৰ ৭২ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা আছে। এই সকলো বাধা...
কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত নিৰ্দেশ দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। সোমবাৰে কেন্দ্ৰই সঞ্চাৰ সাথী এপ সন্দৰ্ভত...
শীতকালীন সংসদ অধিবেশন আৰম্ভ হোৱাৰ লগে লগে SIRক লৈ সংসদ উত্তপ্ত হৈ পৰিছে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ...
'বিমানত এজন যাত্ৰীৰ ওচৰত বোমা আছে। তেওঁৱেই আক্ৰমণ চলাব।' ই-মেইলযোগে এই ভাবুকি দিয়া হৈছিল বিমানবন্দৰ কৰ্তৃপক্ষক। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী...
চাইবাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে ভাৰতত বিক্ৰী হোৱা...
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা আন্দোলনৰ মাজতে সোমবাৰে (১ ডিচেম্বৰ) এক প্ৰত্যাশিত খৱৰ আহিছে। চৌহদত উত্তেজনা বৃদ্ধি পোৱা আৰু তেওঁৰ কাৰ্যকালৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd