NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ; আৱেগিক বাৰ্তাত কি ক’লে তাৰকাগৰাকীয়ে?

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ; আৱেগিক বাৰ্তাত কি ক’লে তাৰকাগৰাকীয়ে?

পৰ্তুগালৰ জাৰ্চিত আৰু দেখা নাযাব ক্রিষ্টিয়ানো ৰোনাল্ডোক। পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীয়ে ২৩ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। ৪১ বছৰীয়া...

নিৰ্বাচনত পৰাস্ত হৈয়েই খঙত টিঙিৰি-তুলা ট্ৰাম্প! ভাৰতৰ ৯ টা সংস্থাক নিষিদ্ধ ঘোষণা আমেৰিকাৰ

নিৰ্বাচনত পৰাস্ত হৈয়েই খঙত টিঙিৰি-তুলা ট্ৰাম্প! ভাৰতৰ ৯ টা সংস্থাক নিষিদ্ধ ঘোষণা আমেৰিকাৰ

আমেৰিকাত মধ্যকালীন নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত প্ৰায় অস্থিৰ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ ওপৰত।...

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

নতুন দিল্লীৰ ঐতিহাসিক যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন আৰু অত্যধিক বল প্ৰয়োগৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত অতি...

শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

খেলা-ধূলা কৰাৰ পিছত স্বাভাৱিকভাৱে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল।  সহপাঠীসকলৰ সন্মুখতে মৰ্মান্তিক পৰিণতি ঘটিল ৯ বছৰ বয়সীয়া এগৰাকী ছাত্ৰীৰ। স্কুলৰ শ্ৰেণীকোঠাতে চেতনা...

দেশত অশান্তি বিয়পাবলৈ বিদেশী ধন লৈছে চি জে পিয়ে! কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ বিস্ফোৰক অভিযোগ

দেশত অশান্তি বিয়পাবলৈ বিদেশী ধন লৈছে চি জে পিয়ে! কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ বিস্ফোৰক অভিযোগ

ভাৰতত অস্থিৰতা আৰু অশান্তি সৃষ্টিৰ লক্ষ্যৰে ককৰোচ জনতা পাৰ্টীয়ে বিদেশী এন জি অ' আৰু ভাৰতবিৰোধী শক্তিৰ পৰা অবৈধ ধন সংগ্ৰহ...

আই এন এছ ব্ৰহ্মপুত্ৰ দুৰ্ঘটনাত নৌসেনাৰ ডাঙৰ পদক্ষেপ! দুজন বিষয়াৰ ক’ৰ্ট মাৰ্শ্বেল

আই এন এছ ব্ৰহ্মপুত্ৰ দুৰ্ঘটনাত নৌসেনাৰ ডাঙৰ পদক্ষেপ! দুজন বিষয়াৰ ক’ৰ্ট মাৰ্শ্বেল

দুবছৰ পূৰ্বে মুম্বাইৰ নৌসেনা ঘাটিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। ৩৮৫০ টন ওজনৰ...

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

ফুটবলৰ খেলপথাৰত কুৰুক্ষেত্ৰ যুদ্ধ! এখন মেচতে ৫১গৰাকীক লাল কাৰ্ড ৰেফাৰীৰ, আৰ্জেণ্টিনাৰ বিশ্ব অভিলেখ ভংগ ব্ৰাজিলৰ

ফুটবলৰ খেলপথাৰ নে ৰণক্ষেত্ৰ? এখন খেলতে ৫১গৰাকী খেলুৱৈ আৰু দলীয় কৰ্মচাৰীক ৰঙা কাৰ্ড দেখুৱাবলগীয়া হ’ল ৰেফাৰীয়ে। ব্ৰাজিলৰ এখন যুৱ ফুটবল...

কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

কনিষ্ঠক ৰেগিং কৰি বিপদত জ্যেষ্ঠ ছাত্ৰ: এমবিবিএছৰ ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই

তেলেংগানাৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগত ১৪ গৰাকী জ্যেষ্ঠ এম বি বি এছ শিক্ষাৰ্থীক নিলম্বন কৰা...

উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ! লিডুৰ ঝৰ্ণা বস্তিত ভূমিস্খলনৰ আশংকা, বিপদত স্থানীয় ৰাইজ

উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ! লিডুৰ ঝৰ্ণা বস্তিত ভূমিস্খলনৰ আশংকা, বিপদত স্থানীয় ৰাইজ

উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ অত্যাচাৰে এতিয়া সাধাৰণ মানুহৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ। তিনিচুকীয়া জিলাৰ লিডুৰ ঝৰ্ণা বস্তিত...

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

ভাৰতৰ জাহাজৰ বাবে হৰমুজ প্ৰণালী খুলি দিলে ইৰানে! এতিয়া কমিবনে খাৰুৱা তেলৰ দাম?

পশ্চিম এছিয়াত ক্ৰমাৎ জটিল হৈ পৰা সামৰিক আৰু কূটনৈতিক পৰিস্থিতিৰ মাজতে ভাৰতৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। হৰমুজ প্ৰণালীৰে জাহাজ...

Page 7 of 6726 1 … 6 7 8 … 6,726

Stay Connected

Recent News