বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ (NASA) 'কচি' (COSI - Compton Spectrometer and Imager) অভিযানৰ আধাৰত প্ৰস্তুত কৰা এক...














