NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত ঘৰে ঘৰে ‘আশীৰ্বাদৰ চাকি’ জ্বলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক...

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

অসমৰ শ্ৰীভূমি জিলাত প্ৰায় ১৫ বছৰ ধৰি পৰিচয়বিহীন হৈ থকা তিনিটা মৃতদেহৰ কবৰ খান্দি উলিওৱা হৈছে। আদালতৰ নিৰ্দেশৰ পাছতেই এই...

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি (অ'ভাৰ দ্য টপ) প্লেটফৰ্মত প্ৰদৰ্শিত বিভিন্ন সমলৰ জৰিয়তে সৃষ্টি হোৱা কথিত ‘সাংস্কৃতিক প্ৰদূষণ’ ৰোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই...

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

১৯৯৯ চনত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰাহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰক জীৱন্তে জ্বলাই হত্যা কৰা চাঞ্চল্যকৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰবীন্দ্ৰ...

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

পশ্চিমবংগৰ খড়্গপুৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আইপিএছ বিষয়া বুশৰা বানোক তেওঁৰ পদৰ পৰা বদলি কৰা হৈছে। অসামৰিক সেৱাৰ প্ৰতিযোগীসকলৰ...

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

পাকিস্তান সীমান্তৰ সমীপৱৰ্তী ৰাজস্থানৰ থৰ মৰুভূমি আৰু চীন নিয়ন্ত্ৰিত তিব্বতৰ সমীপৰ উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত মঙলবাৰৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক হেৰী ব্ৰুকে ১৫ ছেপ্টেম্বৰ, মঙলবাৰে এক ইতিহাস ৰচনা কৰে। ছাউথাম্পটনত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ মেচত এক...

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

        কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমসমূহত শিশু নিৰ্যাতনৰ বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতে এক গুৰুত্বপূৰ্ণ...

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

দেশত ইউপিআই ব্যৱস্থাৰ ওপৰত মাচুল আৰোপক লৈ নতুনকৈ আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক জাননীক কেন্দ্ৰ কৰি কংগ্ৰেছ...

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জিৰিবাম আৰু তামেংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত দুগৰাকী আদিবাসী মহিলাক...

Page 80 of 6727 1 … 79 80 81 … 6,727

Stay Connected

Recent News