নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ
নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ ৰাজ্যৰ ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ কৰিছে যে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজক লৈ ৰাজ্যৰ ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ কৰিছে যে...
দিল্লীৰ যুৱ প্ৰতিবাদৰ সময়ত ছাত্ৰ-কৰ্মী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত হিন্দুত্ববাদী স্বতন্ত্ৰ ভৰদ্বাজে তিনিসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন...
অৰুণাচল প্ৰদেশত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি অহা পৰিৱেশ কৰ্মী আৰু অধিবক্তা ভানু টাটকৰ বিৰুদ্ধে বিদেশৰ পৰা অবৈধভাৱে ধন গ্ৰহণ...
গুৱাহাটীত ৰিয়া তালুকদাৰ গোস্বামীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামানুজ গোস্বামীৰ মৃতদেহ গ্ৰহণ কৰি গৌৰীপুৰৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে...
গোলাঘাট জিলাৰ মাজেৰে পাঁচ বছৰীয়া এটা হাতী উত্তৰ প্ৰদেশলৈ সৰবৰাহৰ অভিযোগক কেন্দ্ৰ কৰি নতুনকৈ ৰহস্য ঘনীভূত হৈছে। স্থানীয় লোকসকলে...
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চি-টেট) পৰীক্ষাৰ সময়সূচী সলনি কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২২ সংখ্যক...
বাংগালুৰুস্থিত নেচনেল ল’ স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটীত কাৰাৰুদ্ধ সমাজকৰ্মী উমৰ খালিদৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শনৰ প্ৰস্তাৱক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ...
ফ্ৰীজত হঠাৎ বিস্ফোৰণ ঘটিল। তাৰ পাছত নিমিষতে জুই গোটেই ঘৰখনতে বিয়পি পৰিল। টোপনিৰ মাজতে আবদ্ধ হৈ পৰিল পৰিয়ালৰ লোকসকল। এই...
১৯ ছেপ্টেম্বৰত 'জুবিন ক্ষেত্ৰ'ত অনুষ্ঠিত হ'বলগীয়া প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানৰ পূৰ্বে অসম ৰাজ্যিক চালক সন্থাই এক বিশেষ যাতায়াত...
সময়মতে মোবাইলৰ মাহেকীয়া কিস্তি (EMI) দিব নোৱাৰাৰ শাস্তি! সাধাৰণ শাস্তি নহয়, মাৰাত্মক শাস্তি। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ নিগোহা অঞ্চলত এজন যুৱকক...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd