NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত চৰকাৰী হস্তক্ষেপ আৰু শিক্ষাৰ্থীৰ মত প্ৰকাশৰ অধিকাৰৰ ওপৰত চলা দমন নীতিৰ ফলত শৈক্ষিক...

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

শেহতীয়াকৈ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UG য়ে সমগ্ৰ দেশতে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এইবাৰ সেই পৰীক্ষাৰ পদ্ধতি সলনি হ’বলৈ...

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

ইৰাণ সমৰ্থিত য়েমেনৰ হুথি বিদ্ৰোহীয়ে সোমবাৰে, ১৪ ছেপ্টেম্বৰত দক্ষিণ লোহিত সাগৰৰ কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰেটাৰ হানিছ আৰু লেচাৰ হানিছ দ্বীপ...

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

১৭০৭ চনত ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত ইউনিয়ন গঠিত হৈছিল। আজি ৩১৯ বছৰৰ পাছত ব্ৰিটেইন নিজেই নিজৰ ভাঙোনৰ আলোচনাত ব্যস্ত। এসময়ত...

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

ৰাজহুৱা জীৱনত প্ৰধানমন্ত্ৰীৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অসম চৰকাৰে হাতত লোৱা 'সেৱা সংকল্প অভিযান'ক লৈ এখন মুকলি চিঠি প্ৰেৰণ...

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

গুজৰাটৰ এটা পৰীক্ষাগাৰত প্ৰকৃতিৰ অন্যতম শক্তিশালী এক প্ৰক্ৰিয়াক কৃত্ৰিমভাৱে সৃষ্টিৰ কাম চলি আছে। লক্ষ্য হৈছে পৃথিৱীৰ পৰাই নক্ষত্ৰৰ শক্তি ধৰি...

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে সোমবাৰে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। নিখিল ভাৰত...

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসমৰ বাবে গৌৰৱৰ আন এক খবৰ কঢ়িয়াই আনিছে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ গুৱাহাটীৰ চৌহদত বি ফাৰ্ম অধ্যয়ন কৰি...

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

১৪ ছেপ্টেম্বৰত ৪২ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই। অভিনয় জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা আয়ুষ্মানে...

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

গাজাত ইজৰাইলী সামৰিক অভিযানৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘নাজা’ই ভেনিছ চলচ্চিত্ৰ মহোৎসৱত 'স্পেচিয়েল জুৰী' বঁটা লাভ কৰাৰ পাছতে ইজৰাইলৰ ৰাজনীতিত তীব্ৰ...

Page 82 of 6727 1 … 81 82 83 … 6,727

Stay Connected

Recent News