Anirban Pathak

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Prabashi Asomiya Kendra_1

ফোঁপোলা হৈ ৰ’ল চৰকাৰৰ আন এটা ঘোষণা; দুবছৰে ফলকতে সীমাবদ্ধ প্ৰৱাসী অসমীয়াৰ বিনিয়োগ কেন্দ্ৰ

“পৰিৱৰ্তন”ক জনগণৰ আগত দেখুৱাবলৈ ইটোৰ পিছত সিটো ঘোষণাৰে চমক সৃষ্টি কৰা বিজেপিৰ তিনি বছৰীয়া চৰকাৰখনৰ ঘোষণা/আঁচনিবোৰ এটাৰ পিছত আন এটাকৈ...

WhatsApp-Image-2019-05-06-at-12.51.47-PM-768x576

কাগজৰ বাঘ! সংবাদমেল পাতি ‘অসম বন্ধ’ ঘোষণা কৰা বাহাদুৰ ক’ত হেৰাল?

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক বৃদ্ধাংগুষ্ঠ দেখুৱাই ৮ মে’ত অসম বন্ধ ঘোষণা কৰিছিল অসম মুছলিম স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (সুৰক্ষা...

Assam minister Himanta Biswa's 'khadi' dream gone missing

Video|| ক’ত হেৰাল মন্ত্ৰী হিমন্ত বিশ্বৰ খাদিৰ সপোন!

যোৱা বছৰৰে “ব’হাগ বিহুৰ দিনা” অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক খাদি বস্ত্ৰ উপহাৰৰ সপোন আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু দুটাকৈ...

AASU vows to help Indians harassed in NRC update process

এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত “ভুৱা আপত্তি” দাখিলৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে প্ৰক্ৰিয়াটোত অত্যাচাৰিত বৈধ ভাৰতীয়ক সহায়ৰ আশ্বাস দিছে সদৌ অসম...

07-05-19 Guwahati- MLA Nurul Huda press conference (1)

নামে-বেনামে আপত্তি দাখিলেৰে সংখ্যালঘুৰ নাম এন আৰ চিৰ পৰা বাদ পেলোৱাৰ ষড়যন্ত্ৰ চলিছে : নুৰুল হুদা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী-আপত্তি সমূহৰ শুনানি গ্ৰহণ হৈ থকাৰ সময়ত একাংশ ‘ভূৱা আপত্তি’ দাখিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ‘ভূৱা আপত্তি’ৰে প্ৰকৃত...

06-05-19 Guwahati- Congress protest against PM Modi (5)

ৰাজীৱ গান্ধী সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্য : গুৱাহাটীত বিক্ষুব্ধ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক সাঙুৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ পাছতেই ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ নেতা-কৰ্মী সকল। মোদীৰ...

NRC: Fake 'objections' filed against religious-linguistic minorities of Assam, claims AAMSU

এন আৰ চি: ধৰ্মীয়-ভাষিক সংখ্যালঘুৰ বিৰুদ্ধে দাখিল হৈছে ভুৱা “আপত্তি”, ফাদিল আমছুৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত আপত্তি দাখিলৰ নামত একাংশ সংগঠনে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক হাৰাশাস্তি প্ৰদানৰ চেষ্টা চলাইছে, শনিবাৰে...

Sonowal Where is APSC reformation? Congress asks Assam CM Sonowal

এ’ পি এচ চি সংস্কাৰ ক’ত? সোণোৱালক প্ৰশ্ন কংগ্ৰেছৰ

ৰাকেশ পালৰ লগতে চাকৰিৰ বজাৰ চলোৱা বহুতক গ্ৰেপ্তাৰৰ পাছত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত এ’ পি এচ চি সংস্কাৰৰ দিশত...

02-05-19 Guwahati- Forum against CAB press meet (1)

সাংবাদিকৰ নিৰাপত্তাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ

শেহতীয়াভাৱে ৰাজ্যত সংঘটিত কেইবাটাও সাংবাদিক নিৰ্য্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই। লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ...

Page 14 of 48 1 13 14 15 48

Stay Connected

Recent News