DMCA.com Protection Status
Anirban Pathak

Anirban Pathak

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

COVID-19 positive cases reach 196 in Assam Police

ধলাৰ হত্যাকাণ্ড : শদিয়াৰ এছ পিক বদলি কৰি ব্যৰ্থতা ঢকাৰ চেষ্টা গৃহ বিভাগৰ

তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাই আজি চাৰিটা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়ালৈ এই নাৰকীয় কাণ্ডৰ লগত কোন...

Panchayat-768x442

আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হওঁ বুলিলেই হ’ব নোৱাৰিব; লাগিব নতুন আইনে বান্ধি দিয়া যোগ্যতা

এইবাৰ ৰাজ্যত হ'বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি কেতবোৰ দিশত নতুন নিয়ম কাৰ্যকৰি কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ...

Amiya Gogoi

‘নিজৰ ঘৰ’ কংগ্ৰেছলৈ উভতি বাইদেৱে ক’লে, ‘সভাপতি ডাঙৰীয়া প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব’

খং-অভিমানত ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ। যোৱা আঢ়ৈটা বছৰ তেওঁ ঘৰলৈ অহা নাছিল। অৱশেষত বাইদেউৰ অভিমান কমিল। আজি উভতি আহিছে।...

Panchayat-elections-750x375

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা, অধিসূচনা জাৰি; প্ৰযোজ্য হ’ল নিৰ্বাচনী আচৰণবিধি

ৰাজ্যৰ অশান্ত ৰাজনৈতিক বাতাবৰণৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ...

Congress_Apurba Bhatta

দলৰ নিৰ্দেশতেই বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য কৰে : কংগ্ৰেছ

বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ মন্তব্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে বিধায়কজনক বিতৰ্কিত তথা উচটনিমূলক মন্তব্য বিজেপিৰ নিৰ্দেশতেই...

শিলাদিত্যৰ বক্তব্যৰ বাবেই ঘটিছে ধলাৰ ঘটনা : অস্ত্ৰ পূজা কৰা সংগঠনকো তদন্তলৈ অনাৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

শিলাদিত্যৰ বক্তব্যৰ বাবেই ঘটিছে ধলাৰ ঘটনা : অস্ত্ৰ পূজা কৰা সংগঠনকো তদন্তলৈ অনাৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে ইতিমধ্যে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰাৰ পাছত...

বিদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি প্ৰকাশ পালেহে আছু আশ্বস্ত হ’ব : সমুজ্বল

বিদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি প্ৰকাশ পালেহে আছু আশ্বস্ত হ’ব : সমুজ্বল

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাঁচত বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ ক্ষেত্ৰত পাঁচ প্ৰকাৰৰ নথি বাদ দিয়াৰ আবেদন...

Rajen-Gohain-768x489

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰি : ৰাজ্যিক মহিলা আয়োগত দাখিল হোৱা নাই অভিযোগ

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰূদ্ধে উত্থাপিত মহিলাক যৌন নিৰ্যাতনৰ অভিযোগক লৈ ৰাজ্যত ব্যাপক চৰ্চা অব্যাহত আছে। এই ঘটনাৰ উচিত তদন্ত...

01-11-18 Guwahati- Debobrata Saikia press meet (2)

অসম চুক্তি উলংঘা নকৰাৰ সংকল্প প্ৰস্তাৱৰ বাবে বিধান সভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমত প্ৰবল প্ৰতিবাদ অব্যাহত আছে। বিধেয়কখন আইনত পৰিণত কৰিলে অসম চুক্তি উলংঘা কৰা হ’ব। গতিকে...

Citizenship Bill: Protest slogan gets place on biryani packs in Assam

জয় আই অসম: এইবাৰ খাদ্যৰ পেকেটতো বিধেয়ক বিৰোধী ‘সৰ্বাত্মক’ প্ৰতিবাদ!

বিজেপি নেতাৰ বাহিৰে নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিবলৈ অসমত আৰু যেন বাকী ৰোৱা নাই কোনো খিলঞ্জীয়া! ‘সৰ্বাত্মক’ প্ৰতিবাদ প্ৰতিধ্বনিত কৰি গুৱাহাটীত...

Page 45 of 48 1 44 45 46 48

Recent News