লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ সহ পলাল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ অভিযুক্ত
বিগত বৰ্ষৰ ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱা ঘটনাৰ লগত জড়িত...
বিগত বৰ্ষৰ ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱা ঘটনাৰ লগত জড়িত...
অম্বুবাচী মেলালৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত বুধবাৰে সন্ধিয়া নীলাচল পাহাৰত মহিলাৰ মুণ্ডহীন দেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য এতিয়াও বিৰাজমান।...
শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলাৰ বাবে প্ৰশাসন আৰু দেৱালয় কৰ্তৃপক্ষই যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া মেলাৰ...
“ধনৰ বিনিময়ত” এ’ পি এচ চিৰ চাকৰি লোৱাৰ অভিযোগত বৰ্খাস্ত হোৱা ৪৩গৰাকী বিষয়াই দাখিল কৰা আবেদনৰ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে...
অসমৰ নিবনুৱা যুৱক-যুৱতীলৈ এটা ভাল খৱৰ আছে। জাপান-ছিংগাপুৰৰ বহুকেইটা কোম্পানীয়ে অসমতেই কৰিব নিয়োগৰ সুবিধা। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে।...
‘’ৰিপুন বৰাক তেল মাৰিলে প্ৰমোশ্যন, তেল নামাৰিলে দিয়ে শ্ব’কজ।‘’ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু প্ৰথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি...
২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল। বিজেপি...
আমছুৰ মতে অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নিঃশেষৰ ষড়যন্ত্ৰত প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্য মন্ত্ৰী ক্ৰমে তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল...
গহপুৰৰ গাহৰি পালন বিতৰ্কৰ পাছতে এইবাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰে থানাত গোচৰ তৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে। সংঘৰ সংগী হাজো...
আজি ৰাতিপুৱা গুৱাহাটীৰ গনেশগুৰিত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সেৱা কেন্দ্ৰ দিছপুৰত দুৰ্নীতি নিবাৰাক শাখাই অভিযান চলাই কেন্দ্ৰটোৰ দুগৰাকীক কৰ্মচাৰীক উৎকোচ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd