Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Tarun Gogoi Z+ security

বাহাল থাকিব তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা, কেন্দ্ৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যোৱা ৯ জানুৱাৰীৰ নিশা প্ৰাক্তন...

“মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক ৭০০০ কৈ টকা” – শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক ৭০০০ কৈ টকা” – শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ...

Himanta Biswa Sharma

মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে হিমন্তৰ বৈঠক; ক্লাছ ক্ষতি কৰি কৰিব নোৱাৰিব আন্দোলন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ...

Cotton's student

কটনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশন কাৰ্যসূচীত বহিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ

CAA বাতিলৰ দাবীত আজি কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশনত বহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী। উচ্চতম ন্যায়ালয়ত বিতৰ্কিত আইনখনৰ শুনানিৰ দিনটোতে...

Dulal Borah Main

কাৰাগাৰত থকাৰ সময়তে আৰ.টি.আই কৰ্মী দুলাল বৰাৰ একাউন্টৰ পৰা ফেইচবুকত ফটো আপলোড

কাৰাগাৰত থকাৰ সময়তে বিতৰ্কিত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ ফেইচবুক একাউন্টৰ পৰা এখন ফটো আপলোড হয়। ফটোখনত আৰ.টি.আই কৰ্মী দুলাল বৰাৰ...

Congress press meet

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী যিয়ে দেশৰ শক্তিশালী অৰ্থনীতি তললৈ নমাই আনিলে : আনন্দ শৰ্মা

জেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্য সভাৰ উপ-দলপতি আনন্দ শৰ্মাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শৰ্মাই বিজেপি...

News 1.00_04_27_21.Still001

প্ৰথমে ‘কা’ বাতিল, পাছত ৰাজনৈতিক বিকল্প : বৰষাৰাণী বিষয়া

‘ৰাজনৈতিক মেৰপাক বুজি নাপাওঁ, শিল্পী হয় গতিকে জাতিৰ হকে মাত মাতিবলৈ ওলাই আহিছো। কিন্তু কাক ভোট দিব বুলি মানুহৰ মনত...

সোণোৱাল মন্ত্ৰীসভাৰ সাল-সলনি; পুনৰ হিমন্তৰ হাতলৈ ৰাজ্যৰ শিক্ষা বিভাগ

সোণোৱাল মন্ত্ৰীসভাৰ সাল-সলনি; পুনৰ হিমন্তৰ হাতলৈ ৰাজ্যৰ শিক্ষা বিভাগ

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ আজি সাল-সলনি হয়। কিছু সংখ্যকৰ হাতৰ পৰা বিভাগীয় মন্ত্ৰীত্বৰ দায়িত্ব যোৱাৰ বিপৰীতে...

Facebook Post Main

‘আছু’ৰ ‘কা’ বিৰোধী প্ৰতিবাদী সভাত সেৰেঙা উপস্থিতি; সুযোগ গ্ৰহণ বিজেপিৰ আই টি চেলৰ

ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন চলি থকাৰ সমান্তৰালকৈ ২০২১ ত বিজেপিক পৰাভূত কৰিবলৈ ৰাজনৈতিক বিকল্পৰ প্ৰসংগ উত্থাপন হৈছে। সদৌ অসম ছাত্ৰ...

PrashantaPhukan

বাৰম্বাৰ মন্ত্ৰিত্বৰ পৰা কিয় উপেক্ষিত ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন?

কাইলৈ হ’ব সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু অচিৰেই হ’ব মন্ত্ৰীসভাৰ বহুকেইটা দপ্তৰৰ মন্ত্ৰিত্ব পদৰ ৰদবদল। কাইলৈ সোণোৱাল কেবিনেটত অন্তৰ্ভুক্ত হ’ব দুখনকৈ...

Page 199 of 317 1 198 199 200 317

Stay Connected

Recent News