Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Dharmendra P

ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰ : ঘোষণা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাজ্য জুৰি আন্দোলন, প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত...

শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত দিল্লীত অসমৰ কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ

শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত দিল্লীত অসমৰ কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ

সংসদৰ শীতলকালীন অধিৱেশনৰ দ্বিতীয় দিনা নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে দিল্লীৰ সাংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ চাৰিগৰাকী কংগ্ৰেছী...

Golaghat Money Collection

আছুৰ নেতাৰ ঠিকাদাৰক ধন দাবীৰ পাছতে ‘চান্দা সংস্কৃতি’ নিষিদ্ধ জিলা প্ৰশাসনৰ

নুমলীগড় তেল শোধানাগাৰৰ এজন ঠিকাদাৰক ধন দাবী কৰা দুই আছু নেতাৰ টেলিফোনিক বাৰ্তালাপসহ নৰ্থ ইষ্ট নাওত যোৱা ১৪ নৱেম্বৰৰ দিনা...

অখিল গগৈক অসমৰ মুখ্য মন্ত্ৰী পতাৰ ঘোষণা সুকুমাৰ বিশ্বাসৰ

অখিল গগৈক অসমৰ মুখ্য মন্ত্ৰী পতাৰ ঘোষণা সুকুমাৰ বিশ্বাসৰ

আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বাঙালী যৌথ সমন্বয় সমিতিৰ সভাপতি তথা ন-বিজেপি নেতা সুকুমাৰ বিশ্বাসে কৃষক মুক্তি...

WhatsApp Image 2019-11-17 at 1.16.42 PM

মহা প্ৰভু হিমন্ত বিশ্ব শৰ্মাই কেবৰ ভুল বাখ্যা কৰি অসমৰ মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে : অখিল গগৈ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আন্দোলন ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত দেওবাৰে এক সংবাদমেল সম্বোধন...

ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি সাংসদ কুইন ওজাৰ

ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি সাংসদ কুইন ওজাৰ

ৰাফাল বিমান কেতিয়াবাই ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে সেয়া নকৰিলে বুলি অভিযোগ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। আজি...

Siddhartha Bhatacharya education minister_1

বিদ্যালয়ৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজালে শিক্ষা মন্ত্ৰীয়ে

নিজৰ বিভাগ চম্ভলাত সমূলি ব্যৰ্থ হোৱা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি অতি দাম্ভিকৰ দৰে আচৰণ কৰে ৰাজহুৱাকৈ। মন্ত্ৰীজনে আজি মুকলিকৈ...

আছুৰ নেতাৰ দ্বাৰা ঠিকাদাৰক ‘ধন দাবী’ৰ তদন্ত কৰিবলৈ তদন্ত কমিটী গঠন আছুৰ

আছুৰ নেতাৰ দ্বাৰা ঠিকাদাৰক ‘ধন দাবী’ৰ তদন্ত কৰিবলৈ তদন্ত কমিটী গঠন আছুৰ

ঠিকাদাৰক ধন দাবী কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা ম্লান কৰা সংগঠনটোৰ নেতাকেইজনৰ বিৰুদ্ধে তদন্ত কৰিব আছুৱে। এই কথা জনাইছে...

himanta-biswa-sarma

“কেব”খনে NRC-ৰ পৰা নাম বাদ পৰা ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব : হিমন্ত বিশ্ব

“কেব” অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কে এন আৰ চিৰ পৰা নাম বাদ পৰা অসমৰ ৪-৫ লাখ লোকৰ সমস্যা দূৰ কৰিব আৰু...

Assam Hills Medical College

ষ্টাফ নাৰ্ছ আৰু তৃতীয় বৰ্গ পদৰ নিযুক্তিপত্ৰ বিতৰণ মন্ত্ৰী হিমন্ত বিশ্বৰ

কাৰ্বি আংলঙৰ ডিফু চহৰত নৱ নিৰ্মিত অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ তৃতীয় বৰ্গ(কাৰিকৰী) আৰু নাৰ্ছৰ পদসমূহৰ বিপৰীতে চৰকাৰে...

Page 215 of 317 1 214 215 216 317

Stay Connected

Recent News