Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

এইবাৰ গুৱাহাটীৰ নামঘৰত চোৰৰ উপদ্ৰব; কেইবাহাজাৰ টকাসহ সোণৰ আ-অলংকাৰ লুট

এইবাৰ গুৱাহাটীৰ নামঘৰত চোৰৰ উপদ্ৰব; কেইবাহাজাৰ টকাসহ সোণৰ আ-অলংকাৰ লুট

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ হোৱা মাত্ৰ কেইটামান দিন পাৰ হোৱাৰ পিছতে কালি নিশা গুৱাহাটীৰ উজানবজাৰস্থিত বৰখেলীয়া নামঘৰত সংঘটিত...

কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী মোদী : অসম সংগ্ৰামী মঞ্চ

কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী মোদী : অসম সংগ্ৰামী মঞ্চ

যোৱা ২৯ এপ্ৰিলত জাগীৰোডস্থিত নগাওঁ কাগজ কলৰ বিশ্বজিৎ মজুমদাৰ নামৰ লোকজনে মৃত্যুক সাবটি লোৱাক কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি...

01-05-19 Guwahati ‘You hate me’: Himanta Biswa Sarma to Assam scribes

‘আপোনালোকে মোক ঘৃণা কৰে’

বুধবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নত স্পষ্টৰূপত বিৰক্ত হোৱা দেখা গ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি...

fdb3d1f0-eaab-4bb9-a955-e5b15bc75aeb

মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ : জি এছ ৰোডত সৃষ্টি হৈছে তীব্ৰ যানজঁট

মহানগৰীৰ ৰাজপথত আজি পুৱাৰে পৰা মুক্তভাৱে বিচৰণ কৰিছে এটা বনৰীয়া হাতীয়ে। গোটেই দিনটো মহানগৰীৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি হাতীটোৱে সকলোৰে...

6ce80fe5-5bf1-4314-826b-cff0310d04e4 (1)

নৱম আৰু দশম শ্ৰেণীৰ ‘বৈচিত্ৰ্যময় অসম’ পাঠ্যপুথিত অনুসূচিত জাতিক উপেক্ষাৰ অভিযোগ

উচ্চ মাধ্যমিকৰ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজ ৰাজ্যৰ ইতিহাসৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বা অসমৰ বিভিন্ন...

SSUhS

নিষিদ্ধ হ’ল ‘টাইট ফিটিং’ আৰু ‘উত্তেজক’পোছাক : কোনে দিলে এই নিৰ্দেশ?

চিকিৎসা প্ৰতিষ্ঠানৰ চৌহদত নিষেধাজ্ঞা টাইট ফিটিং আৰু উত্তেজক পোছাক পৰিধানত। শিক্ষক, বিষয়া কৰ্মচাৰী সকলোৰে বাবে প্ৰযোজ্য হ’ল এই নিষেধাজ্ঞা। যোৱা...

Abhi Bhabe

মন্ত্ৰী ভৱেশ কলিতাৰ সমুখ সমৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই

যোৱা শনিবাৰে মন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত চাকৰিৰ বজাৰ বহা বুলি অভিযোগ অনা এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ...

98715b1b-6f1e-478c-bd4c-49181e0bef29

তেজপুৰৰ পৰা আমিনগাঁওলৈ নিশা কিয় কঢ়িয়াই অনা হ’ল ইভিএম? : প্ৰশ্ন কংগ্ৰেছৰ

দেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁওৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ইভিএম মেচিন কঢ়িয়াই অনাকলৈ প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজি ৰাজীৱ ভৱনত...

এ পি ডব্লিউৰ সভাপতিৰ বিৰুদ্ধে গোচৰ তৰিব মন্ত্ৰী ভবেশ কলিতাই

এ পি ডব্লিউৰ সভাপতিৰ বিৰুদ্ধে গোচৰ তৰিব মন্ত্ৰী ভবেশ কলিতাই

মন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত চাকৰিৰ বজাৰ বহা বুলি অভিযোগ অনা এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ বিৰুদ্ধে মানহানিৰ...

9adee938-c9d5-48af-8137-0cb9cebf5e77

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত দুৰ্নীতি হোৱাৰ তথ্য থাকিলে ৰাজহুৱা কৰক : ৰূপম গোস্বামী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ কাৰ্য্যালয়ক ৰক্ষণাবেক্ষণ দিয়াত দেওবাৰে উঠি পৰি লগা দেখা গ’ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীক।...

Page 266 of 317 1 265 266 267 317

Stay Connected

Recent News