Kalpa Saikia

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

দুখন উৰণীয়া সেঁতুৰ কাহিনী; দীপাৱলীৰ দিনা এখন লাগী আনখন হৈ পৰিল এলাগী

দুখন উৰণীয়া সেঁতুৰ কাহিনী; দীপাৱলীৰ দিনা এখন লাগী আনখন হৈ পৰিল এলাগী

ব্যৱধান মাত্ৰ আধা কিল’মিটাৰ; দুখন উৰণীয়া সেঁতুৰ কাহিনী এয়া। এখন লাগী আৰু আনখন এলাগী নতুনক পাই পুৰণিক কিয় যোৱাহে পাহৰি?...

ৰাজকন্যা কাণ্ড: আৰক্ষীয়ে দাখিল কৰিলে মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট, উল্লেখ নাই তাজ ভিভাণ্টাৰ কথা

ৰাজকন্যা কাণ্ড: আৰক্ষীয়ে দাখিল কৰিলে মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট, উল্লেখ নাই তাজ ভিভাণ্টাৰ কথা

প্ৰায় ডেৰ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট,কিন্তু ঘটনা আছিল অতি ডাঙৰ তথা বিষম। হয়, আমি ক’বলৈ ওলাইছো মাতাল মডেল খ্যাত ৰাজকন্যা বৰুৱাৰ...

Dispur Fly-over

আত্মপ্ৰচাৰৰ দৌৰ! মুকলি হোৱা উৰণীয়া সেঁতুৰ প্ৰত্যেক খুঁটাত মুখ্যমন্ত্ৰীৰ ফটো কিয়?

২৩ মাহৰ ভিতৰত গুৱাহাটীৰ ৰাইজে নতুন এখন উৰণীয়া সেঁতু পালে। যাতায়তৰ ক্ষেত্ৰত যান-জটৰ সমস্যা হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰিছে...

দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ উপলব্ধ হ’ল ৰন্ধন গেছৰ সৰবৰাহ স্বয়ংক্ৰিয়ভাবে বন্ধ কৰি দিব পৰা ৰেগুলেটৰ

দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ উপলব্ধ হ’ল ৰন্ধন গেছৰ সৰবৰাহ স্বয়ংক্ৰিয়ভাবে বন্ধ কৰি দিব পৰা ৰেগুলেটৰ

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আই জি টি নৰ্থ ইষ্ট (IGT Northeast) ৰ এখন সংবাদলে আয়োজন কৰা হয়। উক্ত সংবাদমেলখনত আই...

উপ নিৰ্বাচনত বাহুবল-ধনবল আৰু EVM টেম্পাৰিং কৰি জয়ী হ’ল বিজেপি : অখিল গগৈ

উপ নিৰ্বাচনত বাহুবল-ধনবল আৰু EVM টেম্পাৰিং কৰি জয়ী হ’ল বিজেপি : অখিল গগৈ

বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰে । উক্ত সংবাদমেলতে বিজেপি কেনেকৈ উপ...

IAS officer

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক!

বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক! এই বিস্ফোৰক অভিযোগ তুলিছে খানাপাৰাস্থিত পৰিবহন ভৱনৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিয়ে। পৰিবহন বিভাগৰ অতিৰিক্ত...

Fake tweet in the name of Chief Minister Himanta Biswa Sharma

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত প্ৰচাৰ ফেক্ টুইট

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত প্ৰচাৰ হোৱা এটা টুইটৰ পিছত এই টুইটটো সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা বুলি স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী...

Himanta Biswa Sharma press address

উপ নিৰ্বাচনত জয়ৰ পিছতে হেঙেৰাবাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

আজি ঘোষিত উপ নিৰ্বাচনৰ ফলাফলত আটাইকেইটা সমষ্টিতে বিজয় সাব্যস্ত কৰাৰ পিছত হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত...

ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল

ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল

পুনেত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা ২০২১ আৰু স্কুল গেম অৰিয়েন্তেচন শিবিৰ অল ইণ্ডিয়া কুংফু ফেডাৰেছনৰ বোৰ্ড অফ কমিটীৰ...

বিজেপিৰ দিনত মিঠাতেল ভেজাল, ভুলতো নাখাব; উদ্ভট মন্তব্য বিজেপিৰ জ্যেষ্ঠ বিধায়কৰ

বিজেপিৰ দিনত মিঠাতেল ভেজাল, ভুলতো নাখাব; উদ্ভট মন্তব্য বিজেপিৰ জ্যেষ্ঠ বিধায়কৰ

মিঠাতেল নাখাব; ভুলতো আপুনি নাখাব মিঠাতেল । বিজেপি চৰকাৰৰ দিনত মিঠাতেল ৯০ শতাংশই ভেজাল। এই দাবী কৰিছে দিছপুৰৰ বিজেপিৰ জ্যেষ্ঠ...

Page 33 of 317 1 32 33 34 317

Stay Connected

Recent News