Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

diban

SI কেলেংকাৰীৰ অভিযুক্ত বিজেপি নেতা দিবন ডেকাক ৫ দিনৰ বাবে অপৰাধ শাখাৰ জিম্মালৈ

কামৰূপ মহানগৰ CJM আদালতত হাজিৰ কৰোৱা হ'ল SI কেলেংকাৰীৰ অভিযুক্ত বিজেপি নেতা দিবন ডেকা। আৰক্ষীৰ অপৰাধ শাখাই আদালতত ৭ দিনৰ...

আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ বিজেপি নেতা দিবন ডেকা

আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ বিজেপি নেতা দিবন ডেকা

গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দিবন ডেকা। বিজেপি নেতা গৰাকীক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।...

Assam SI exam paper leak scandal: Diban Deka sent to CID custody

আত্মসমৰ্পণৰ বাবে আহি আছে অভিযুক্ত বিজেপি নেতা দিবন ডেকা

অসম আৰক্ষীৰ SI নিযুক্তিৰ প্ৰশ্নকাকত ফাদিলত অভিযুক্ত বিজেপি নেতা দিবন ডেকা আত্মসমৰ্পণ কৰাৰ বাবে গুৱাহাটী অভিমুখে আহি আছে। পত্নীৰ সৈতে...

Journalist protest in Guwahati

ন্যায্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত সংবাদকৰ্মী সন্থাৰ প্ৰতিবাদ

বুধবাৰে গুৱাহাটীৰ ভি.আই.পি. ৰোডস্থিত চচলত ন্যায্য প্ৰাপ্তিৰ দাবীৰে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংবাদকৰ্মী সন্থাই। বিভিন্ন সংবাদ প্ৰতিষ্ঠানত...

R P Sarmah

দিবন ডেকা ডাঙৰ মাছ নহয়, গুৱাহাটীতে নিশ্চিন্তে ঘুৰি আছে SI কেলেংকাৰীৰ ৰৌ-বৰালী : আৰ.পি. শৰ্মাৰ বিস্ফোৰণ

ৰাজ্যত এতিয়া SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে এই কেলেংকাৰীক লৈ বিস্ফোৰক মন্তব্য কৰিছে...

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ; আটক হ’ল ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ; আটক হ’ল ৰিপুন বৰা, ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আটক হ'বলগীয়া হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,...

New order worries primary TET passed teachers in Assam

সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক

যোৱা ২৪/০৯/২০২০ তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ স্বাক্ষৰিত নিৰ্দেশনাৰে সৰ্বশিক্ষাৰ অধীনৰ টেট্ উত্তীৰ্ণ শিক্ষক সকলক চুক্তি পত্ৰত অহা ২০ অক্টোবৰৰ...

Himanta Biswa Sarma. (Photo: twitter@himantabiswa)

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; ৩০ নৱেম্বৰৰ ভিতৰত হ’ব নিযুক্তি

এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অতদিনে নিশ্চুপ হৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে। হিমন্ত বিশ্ব...

Assam Police SI exam paper leak: Nineteen persons arrested; bounty to catch ex-DIG, BJP leader

পলাতক পি কে দত্ত, দিবন ডেকাৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ A to Z

অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত, ADGP জি পি সিং, CIDৰ IGP সুৰিন্দৰ...

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

কৃষি আইন ২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে এই কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে আজি কান্ধত নাঙল-যুঁৱলী...

Page 97 of 317 1 96 97 98 317

Stay Connected

Recent News