DMCA.com Protection Status
Mayukh Goswami

Mayukh Goswami

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Untitled-1 copy (3)

দুৰ্নীতি-বিৰোধী বিষয়াৰ জালত ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী

৪ জানুৱাৰি শুকুৰবাৰে অসম আৰক্ষীৰ ভিজিলেঞ্চ আৰু দুৰ্নীতি-বিৰোধী বিভাগৰ অভিযানত দৰঙৰ জিলা ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী এজন গ্ৰেপ্তাৰ হৈছে। অভিযুক্তজনক...

Police at the time of investigation

মঙলদৈ আৰক্ষী থানাৰ সমীপৰ শিক্ষা প্ৰতিষ্ঠানত নিশা চোৰে চলালে লুটপাট

মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে নিশা এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে মঙলদৈ চহৰৰ এখন আগশাৰীৰ প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানত প্রৱেশ...

Ballot Paper Abandoned

দলগাৱঁত পৰিত্যক্ত অৱস্থাত বেলট পেপাৰ উদ্ধাৰ; পুনৰ ভোটগ্ৰহণৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত দাবী

আজি ৰাজ্যৰ ১০খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অন্তৰ্গত ৬১নং গলন্দি...

assam bjp panchayat candidate in jail

ৰিজাল্ট নোলাওঁতেই চাউল চুৰ কৰি জে’লত সোমাল ‘নিকা’ বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী

দুৰ্নীতিমুক্ত, নিকা পঞ্চায়তৰ প্ৰতিশ্ৰুতিৰে শাসনাধীন বিজেপিয়ে নিৰ্বাচনত ভোট বিচাৰি লগোৱা তালফাল শেষ নহওঁতেই দুৰ্ঘটনাত পতিত গাড়ীৰ পৰা চাউল চুৰ কৰি...

IMG-20181112-WA0051

মঙলদৈত আলটাফ মজিদ সোঁৱৰণী চুটি বোলছবি মহোৎসৱৰ সফল সামৰণি 

মঙলদৈ জীপচী গিল্ডৰ উদ্যোগত আলটাফ মজিদৰ সোঁৱৰণত  দুদিনীয়াকৈ অনুষ্ঠিত চুটি বোলছবি মহোৎসৱৰ দেওবাৰে নিশা সফল সামৰণি পৰে। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালিকা ডাঃ...

IMG_20181112_145727

অসমৰ জুনিয়ৰ ফুটবল দললৈ নিৰ্বাচিত ভেৰগাঁৱৰ তিনিজন ফুটবলাৰ

১৭ অনূৰ্ধ্বৰ অসম ৰাজ্যিক ফুটবল দললৈ নিৰ্বাচিত হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ তিনিজন প্ৰতিভাৱান যুৱ ফুটবলাৰ। জিলাখনৰ এই তিনিজন ফুটবলাৰে...

agri-model-750x375

দৰং কৃষি প্ৰদৰ্শনীত উপস্থিত বিশেষজ্ঞৰ মতে বৰ্তমানৰ কৃষি এক উদ্যোগ

অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই কৈছে যে বৰ্তমানৰ কৃষিক্ষেত্ৰত প্ৰয়োগ হোৱা নানা আধুনিক প্ৰযুক্তিয়ে কৃষিখণ্ডক অতীতৰ কেবল ধান,...

Basketball

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় পূব মণ্ডল মহিলা বাস্কেটবল প্ৰতিযোগিতা

গুৱাহাটী বিশ্ববিদ্যালয়ত ২০১৮-১৯ বৰ্ষৰ পূব মণ্ডল মহিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। নতুন দিল্লীৰ ভাৰতীয় বিশ্ববিদালয় সন্থাৰ পৃষ্ঠপোষকতাত এই...

Page 7 of 8 1 6 7 8

Recent News