Sasanka Talukdar

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

a hospital

পাটাছাৰকুছিত লুৰিনজ্যোতি গগৈ-পবিন্দ্ৰ ডেকাৰ বিশাল ৰেলী

পাটাছাৰকুছি সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হল দলটোৰ...

a bilasi

এইবাৰ “খেলা হবে”: সৰুক্ষেত্ৰীত কোনে দিলে এই হুংকাৰ?

এইবাৰ সৰুক্ষেত্ৰীত খেলা হবে। এই শ্লোগানেৰে সৰুক্ষেত্ৰীত একপ্ৰকাৰ আজি শক্তি প্ৰৰ্দশন কৰিলে সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। নিৰ্বাচনী ৰণডংকা...

বিজেপিত মোক্ষম আঘাত: পদত্যাগ কৰিলে দলৰ মুখপাত্ৰ ফণী পাঠকে

বিজেপিত মোক্ষম আঘাত: পদত্যাগ কৰিলে দলৰ মুখপাত্ৰ ফণী পাঠকে

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত এক মোক্ষম আঘাত। বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ ফণী পাঠকে আজি দলৰ পৰা পদত্যাগ কৰে। বিজেপিৰ...

a toka

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা স্থিৰ নিৰীক্ষণকাৰী (SST) দলৰ তালাচী অভিযানত যোৱা...

bhaba

বিজেপিক তৈলমৰ্দন কৰিবলৈ গৈ গণৰোষৰ সন্মুখীন অগপ নেতৃত্ব,পাটাছাৰকুছিতো ক্ষোভৰ দাবানল

বিজেপি নেতৃত্বক তুষ্ট কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব বিচৰা অগপৰ নেতৃত্বৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষোভৰ দাবালন...

BJP workers protest

পাটাছাৰকুছিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত! পাঠশালা নগৰ মণ্ডল কাৰ্য্যালয়ৰ সন্মুখত বিজেপি কৰ্মীৰ প্ৰতিবাদ

পাটাছাৰকুছি সমষ্টিত টিকট বিতৰ্কৰ বাবে বিজেপিৰ তৃণমূল কৰ্মীসকলে শুকুৰবাৰে ক্ষোভ প্ৰকাশ কৰি কাৰ্য্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনহাতে, ৰাজ্যিক...

IMG-20210217-WA0009

চিলি, চুইডেনত উজলিল ৰাজেন দাস পৰিচালিত অসমীয়া চিনেমা ‘লাইফ ইন্‌ এ পাপেট’

অসমৰ থলুৱা লোককলা পুতলা নাচ আধাৰিত তথা ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ লাইফ ইন্‌ এ পাপেট-এ পুনৰ বিদেশৰ ভূমিৰ পৰা...

Assam Legislative Assembly team

বৰপেটাত বিধান সভাৰ প্ৰাককলন সমিতিৰ পৰ্যালোচনা, পৰিদৰ্শন

অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ এটি দলে আজি বৰপেটা জিলা ভ্ৰমণ কৰি কেবাখনো চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া...

IMG-20210130-WA0007

বৰপেটাত কুষ্ঠ দিৱস উপলক্ষে সজাগতা সমদল, সভা অনুষ্ঠিত

ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস আজি বৰপেটা জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা...

বজালীত অবৈধ বালি খনন, নীৰৱ ভূমিকা বন বিভাগৰ

বজালীত অবৈধ বালি খনন, নীৰৱ ভূমিকা বন বিভাগৰ

শূন্য সহনশীলতাৰ নীতি দোহাই দি সভা সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিয়া বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বুঢ়া আঙুলি দেখুৱাই...

Page 3 of 10 1 2 3 4 … 10

Stay Connected

Recent News