• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শীঘ্ৰে বন্ধ হওক যুদ্ধ’, প্ৰতিবাদকাৰীসকলৰ দখলত কেপিটেল হিল; গ্ৰেপ্তাৰ ৩০০ বিক্ষোভকাৰী

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 1:13 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ উত্তপ্ত আমেৰিকাৰ কেপিটেল। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে ২০২১ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে আমেৰিকাৰ কেপিটেলত আক্ৰমণ চলাইছিল। ব্যাপক লণ্ডভণ্ড সংঘটিত হৈছিল। এইবাৰ আমেৰিকাৰ কেপিটেলত ইজৰাইল-পেলেষ্টাইন যুদ্ধক লৈ উত্তেজনা বিয়পি পৰিছে।

পেলেষ্টাইন সমৰ্থকসকলে অৱৰোধ কৰে ৱাশ্বিংটন ডি চি। ইয়াৰ লগে লগে ইজৰাইল-হামাছ যুদ্ধ বন্ধ কৰাৰ দাবীত বিক্ষোভ আৰম্ভ হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। কমেও ৩০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়কঃ ইজৰাইলক অস্ত্ৰ যোগানৰ বিৰোধিতা; আমেৰিকাৰ শীৰ্ষ বিষয়াৰ পদত্যাগ

Apply Now

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বুধবাৰে পেলেষ্টাইন সমৰ্থকে ৱাশ্বিংটন ডি চিৰ কেপিটেল ঘেৰাও কৰে। প্ৰতিবাদকাৰীসকলে কেনন ৰটাণ্ডাত প্ৰৱেশ কৰে। বিভিন্ন গোটত বিভক্ত হৈ তেওঁলোকে যুদ্ধৰ অন্ত পেলোৱাৰ দাবীত শ্লোগান দিয়ে। ইহুদী সংগঠনসমূহে প্লেকাৰ্ড লৈ শ্লোগান দিয়ে।

প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পোৱাত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। কেপিটেল হিলৰ কৰ্মচাৰীসকলকো সতৰ্কবাণী জাৰি কৰে আৰক্ষীয়ে। মূল প্ৰৱেশদ্বাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সুৰংগ ব্যৱহাৰ কৰিবলৈ কোৱা হয়। হাউছ চাৰ্জেণ্টো সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। কেপিটেল হিলৰ আশে-পাশে থকা সমগ্ৰ অঞ্চলটো বৃহৎ সংখ্যক বেৰিকেড আৰু বেৰ দি আৱৰি ৰখা হয়।

লগতে পঢ়কঃছোনিয়া গান্ধীক ‘’ধাক্কা মাৰি‘’ ইটালীলৈ পঠাব লাগে; বিজেপি নেত্ৰী ৰেনুকা সিঙৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

আমেৰিকাৰ কেপিটেল পুলিচৰ তথ্য অনুসৰি প্ৰতিবাদকাৰীসকলক কেপিটেল হিলত প্ৰৱেশ কৰিবলৈ অনুমতি নাছিল। তথাপিও মঙলবাৰে নিশা কেপিটেল হিলৰ ভিতৰত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। বুধবাৰে বিয়লি আৰক্ষীয়ে প্ৰতিবাদকাৰীক উচ্ছেদ অভিযান আৰম্ভ কৰে। কমেও ৩০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd