বাণিজ্য

মোডীৰ সৈতে বাঢ়িল দূৰত্ব! ভাৰত ভ্ৰমণ বাতিল কৰি চীনলৈ গ’ল ইলন মাস্ক

আমেৰিকাৰ ইলেক্ট্ৰিক বাহন (ইভি) নিৰ্মাতা কোম্পানী টেছলাৰ চিইঅ’ ইলন মাস্কে দেওবাৰে চীন ভ্ৰমণ কৰে। চীন হৈছে টেছলাৰ দ্বিতীয় বৃহত্তম বজাৰ।...

Read moreDetails

কোটাক মহিন্দ্ৰা বেংকৰ ওপৰত ডাঙৰ নিষেধাজ্ঞা জাৰি কৰিলে আৰবিআইয়ে!

বুধবাৰে এক নিৰ্দেশযোগে ৰিজাৰ্ভ বেংকে কয় যে আই টি অডিটত উদ্বেগজনক প্ৰতিবেদনৰ পিছত কোটাক মহিন্দ্ৰা বেংকৰ নতুন গ্ৰাহকক অনলাইন বেংকিং...

Read moreDetails

এইবাৰ অপৰাধ কি? শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰাৰ ১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে

লোকসভা নিৰ্বাচনৰ সময়তে বলীউডত ডাঙৰ ঘটনা সংঘটিত হৈছে। ৰাজনৈতিক নেতা নহয়, বলবৎকাৰী সঞ্চালকালয় বা ইডিয়ে অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত প্ৰায়...

Read moreDetails

সৰ্বকালৰ নিম্নতম স্তৰত ভাৰতীয় টকাৰ মূল্য

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু অধিক হ্ৰাস পালে। সৰ্বকালৰ নিম্নতম স্তৰলৈ নামিছে টকাৰ মূল্য। মঙলবাৰে দিনটোৰ আৰম্ভণিতে ৯...

Read moreDetails

বেংকৰ জালিয়াতিৰ পৰিমাণ দেশৰ জিডিপিৰ ৬ শতাংশ; ভিয়েটনামত অভিযুক্ত ধনকুবেৰক মৃত্যুদণ্ড

ভিয়েটনাম তথা দক্ষিণ-পূব এছিয়াৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বেংক জালিয়াতিৰ ঘটনা বুলি কোৱা হৈছে! ক্ষতিৰ পৰিমাণ শুনি যিকোনো মানুহৰ চকু কপালত...

Read moreDetails

`জীৱনত বহুত ভুল কৰিলো, এতিয়া জীয়াই থাকিব বিচাৰো’; আৰু কি বাৰ্তা ‘অনুতপ্ত আলিবাবা’ৰ!

আত্মগোপনৰ পৰা ওলাই অহাৰ পিছত এইবাৰ জেক মাই কৰ্মচাৰীসকললৈ এখন দীঘলীয়া চিঠি লিখিলে। ইণ্টাৰনেট জায়েন্টটোৰ প্ৰতিষ্ঠাপক জেক মাই কৰ্মচাৰীসকললৈ লিখা...

Read moreDetails

এবছৰ আগতে আছিল ১৭,৫৪৫ কোটিৰ মালিক, এতিয়া পকেটত ‘শূন্য’! আচৰিত পতন ৰবীন্দ্ৰনৰ

এবছৰৰ পূৰ্বে বাইজু ৰবীন্দ্ৰনৰ সম্পত্তিৰ পৰিমাণ আছিল ১৭,৫৪৫ কোটি টকা (২.১ বিলিয়ন মাৰ্কিন ডলাৰ) আৰু তেওঁ কেইবাখনো মৰ্যাদাসম্পন্ন ‘বিশ্বৰ ধনী’...

Read moreDetails

ক্ষমা বিচৰাৰ পাছতো ৰামদেৱৰ ওপৰত ক্ষুব্ধ উচ্চতম ন্যায়ালয়; চৰকাৰকো কৰিলে ককৰ্থনা

উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিলেও ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালন সঞ্চালক বালকৃষ্ণ শীৰ্ষ আদালতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কৰ’না ভাইৰাছৰ সময়ত...

Read moreDetails

‘ক’লা ধন বগা কৰাৰ ভাল উপায় আছিল বিমুদ্ৰাকৰণ’, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্যত জোকাৰণি

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই কয় যে বিমুদ্ৰাকৰণ ক’লা ধন বগা কৰাৰ এক উত্তম উপায়। ২০২৩ চনৰ জানুৱাৰী মাহত...

Read moreDetails

মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

প্ৰদূষণকে ধৰি বিভিন্ন কাৰকৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। সেয়ে, সাধাৰণ মানুহবোৰ অধিক ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ...

Read moreDetails
Page 54 of 144 1 53 54 55 144

Stay Connected

Recent News