সংস্কৃতি

দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱৰ আৰম্ভণি; পূৰ্বৰ তুলনাত ৪০ শতাংশ হ্ৰাস পাইছে মাছৰ উৎপাদন

গুৱাহাটী মহানগৰীৰ কাষৰীয়া ঐতিহাসিক দীপৰ বিলত পৰম্পৰাগতভাৱে আৰম্ভ হৈছে সমূহীয়া মাছ ধৰা উৎসৱ, যাক স্থানীয়ভাৱে ‘বিল মাৰা’ উৎসৱ বুলি জনা...

Read moreDetails

কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ১৯খনকৈ ছবি প্ৰদৰ্শনত বাধা কেন্দ্ৰীয় চৰকাৰৰ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFK) ১৯খন ছবি প্ৰদৰ্শনৰ অনুমতি অস্বীকাৰ কৰিছে। উল্লেখ্য যে এই...

Read moreDetails

অসুস্থ প্ৰবীণ কণ্ঠশিল্পী সমৰ হাজৰিকা, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন

অসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত...

Read moreDetails

১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব উমৰাংছুৰ ফেলকন ফেষ্টিভেল

ডিমা হাছাওৰ উমৰাংছুত অনুষ্ঠিত হ'বলগীয়া ১১ সংখ্যক ফেলকন ফেষ্টিভেলত এইবাৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰা আৰু শিল্পা ৰাওৱে সংগীতানুষ্ঠান পৰিৱেশন...

Read moreDetails

জুবিনৰ মৃত্যু সন্দৰ্ভত মিছা মাতি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই! পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শেহতীয়াকৈ চৰ্চাত থকা ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। স্বতন্ত্ৰ সংবাদ প'ৰ্টেল 'দ্য ক্ৰছকাৰেণ্ট'ৰ...

Read moreDetails

নাগাৰা নামৰ একান্ত সাধক, প্ৰবীণ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান

নাগাৰা নামৰ একান্ত সাধক তথা প্ৰবীণ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান ঘটিছে। কালি নিশা ১২.২০ বজাত নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহত শিল্পীগৰাকীয়ে...

Read moreDetails

বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান; শোকস্তব্ধ সাংস্কৃতিক জগত

বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস...

Read moreDetails

আজি কাতি বিহু: পৰম্পৰা ৰক্ষা কৰি অসমীয়াই উদযাপন কৰিব কঙালী বিহু  

আজি কাতি বিহু বা কঙালী বিহু। শইচৰ পথাৰ সেউজীয়া হৈ পৰাৰ সময়ত ভঁৰালত লখিমী উপচি পৰাৰ কামনাৰে এগছি বন্তি জ্বলাই...

Read moreDetails

পোলেণ্ডৰ ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত “ভূপেন দা আন কাট”ৰ প্ৰিমিয়াৰ

পোলেণ্ডস্থিত অসমীয়া সন্থাৰ উদ্যোগত ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাৰ নিৰ্দেশনাত ৬৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ “ভূপেন দা আন কাট”ৰ...

Read moreDetails

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, সংগীত পৰিচালক তথা গীতিকাৰ তিম’থী দাস হাঞ্চেৰ আজি দেওবাৰে দেহাৱসান হয়। ৰাজ্যবাসী গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ...

Read moreDetails
Page 3 of 62 1 2 3 4 62

Stay Connected

Recent News