সংস্কৃতি

শিল্পী-অনুৰাগী সমাজৰ মাজত কিয় বৃদ্ধি পাইছে ‘অসহিষ্ণুতা’?

এগৰাকী গায়ক, অভিনেতা বা নৃত্যকাৰে ‘শিল্পী’ৰ পৰিচয় পাবলৈ বহুখিনি সাধনা কৰিব লাগে। কিন্তু বৰ্তমান পৰিস্থিতিত শিল্পীৰ মাজত দেখিবলৈ পোৱা গৈছে...

Read moreDetails

সম্প্ৰীতিৰ অসম। দামোদৰদেৱৰ তিথিত ছয়লাখ লাড়ু তৈয়াৰীত সহায় ছকুৰি মুছলমান পৰিয়ালৰ

“সাম্প্ৰদায়িক সম্প্ৰীতি” ৰক্ষাত কেইবাদশকজুৰি দেশে মূল্য ভৰি অহাৰ মাজতো সেউজ মৰুদ্যানৰ দৰে জিলিকি ৰোৱা উত্তৰ-পূবৰ অসমত আজিও সজীৱ হৈ ৰৈছে...

Read moreDetails

দিল্লীত গুৰুজনাৰ অংকীয়া ভাওনা প্ৰদৰ্শনেৰে ইতিহাস শিৱসাগৰৰ শিল্পীৰ

শিৱসাগৰৰ এজাক কিশোৰ কিশোৰীয়ে সুদুৰ দিল্লীৰ শ্ৰীৰাম চেন্টাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি...

Read moreDetails

নিউ জাৰ্ছিত বিহু: হিয়া উজাৰি নাচি আই অসমী স্মৰণ প্ৰবাসী অসমীয়াৰ

এমেৰিকাৰ নিউ জাৰ্ছিত হিয়া উজাৰি বিহু নাচি শনিবাৰে আই অসমীক স্মৰণ কৰে প্ৰবাসী অসমীয়াই। নিউ জাৰ্ছিৰ লগতে পেনছিলভেনিয়াবাসী অসমীয়াসকলে নিজৰ...

Read moreDetails

বৃটিছে নিষিদ্ধ কৰিব বিচৰা বিহুক সুৰক্ষা দিছিল পুৰণিগুদামৰ আনন্দ, মইমৎ, চেনিমাইয়ে

সম্প্ৰতি অসমৰ জাতীয় জীৱনৰ হৃদস্পন্দনত পৰিণত হোৱা বিহুক ওঠৰ শতিকাৰ মাজভাগত একাংশ সম্ভ্ৰান্ত অসমীয়াই অশ্লীল গীত-মাতৰ সংমিশ্ৰন বুলি অভিহিত কৰিছিল।...

Read moreDetails

শিল্পী বিপুল চেতিয়া ফুকনলৈ চলিত বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষৰ দৰে এই বছৰো ধনশিৰি উপত্যকা বঁটা প্ৰদান কৰিব। চলিত বৰ্ষত উক্ত বঁটা আগবঢ়োৱা...

Read moreDetails

চে’লফিৰ বাবে বিহু মেলালৈ ভয় বৰষাৰাণীৰ

চেলফিৰ বাবে বিহু মেলালৈ যাবলৈ ভয় কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ মাৰ্ঘেৰিটাৰ এখন বিহু মঞ্চত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ...

Read moreDetails

তেজপুৰস্থিত জি আই এম টিত ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন'লজি চমুকৈ জি আই এম টি, তেজপুৰত...

Read moreDetails

অদৃষ্টৰ দোষত গণ্ডগোল লতাশিল বিহুত, ঘোষণা বিচাৰক অমৰেন্দ্ৰ গগৈৰ

লতাশিলৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ চলিত বিতৰ্কৰ মাজত মুখ খুলি বিচাৰক অমৰেন্দ্ৰ গগৈয়ে ইয়াৰ বাবে “অদৃষ্ট”ক দোষ দিছে। দেওবাৰে দিচপুৰ...

Read moreDetails

অতুল বৰা: জেঠত বিহু পতাসকলক চান্দা নিদিব, অসমীয়াৰ কাম নাচি থকাটোৱেই নহয়

ৰঙালীৰ আনন্দ উদযাপন চলি থকাৰ মাজতে দিচপুৰৰ বিধায়ক অতুল বৰাই জেঠত বিহু পতাসকলক চান্দা নিদিবলৈ অসমবাসীক আহ্বান জনাইছে। নাগৰিকত্ব বিধেয়কক...

Read moreDetails
Page 37 of 58 1 36 37 38 58

Stay Connected

Recent News