সুধাকণ্ঠৰ সুদীৰ্ঘ দিনৰ সংগী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ দেহাৱসান
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক কল্পনা লাজমীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। আজি পুৱতি নিশা ৪.৩০ বজাত মুম্বাইৰ কোকিলাবেন হাস্পতালত ৬৪ বছৰ বয়সত কল্পনা লাজমীয়ে...
Read moreবিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক কল্পনা লাজমীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। আজি পুৱতি নিশা ৪.৩০ বজাত মুম্বাইৰ কোকিলাবেন হাস্পতালত ৬৪ বছৰ বয়সত কল্পনা লাজমীয়ে...
Read moreঅহা ২৮ ছেপ্তেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে বহু প্ৰশংসিত তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল প্ৰাপ্ত অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ্ছ।...
Read moreঅসমৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এক সুখবৰ। অহা মাহত মুক্তি লাভ কৰিব প্ৰথিতযশা চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালিত শেহতীয়া অসমীয়া ছবি...
Read moreগুৱাহাটী প্ৰে’ছ ক্লাবত অহা শুকুৰবাৰ ১৪ ছেপ্তেম্বৰত প্ৰদৰ্শিত হ’ব ভি শান্তাৰামৰ ক্লাছিক হিন্দী চিনে’মা ‘দ’ আখেঁ বাৰ হাথ’। প্ৰে’ছ ক্লাবে...
Read moreমধ্য অসমৰ নগাঁৱৰ কেইগৰাকীমান উদীয়মান ছাত্ৰ তথা চলচ্চিত্ৰপ্ৰেমী যুৱকৰ মিলিত প্ৰচেষ্টাৰে আত্ম প্ৰকাশ কৰা এটি অনুষ্ঠান "চিনেমালয়'ৰ উদ্যোগত পোন প্ৰথম...
Read moreজুবিন গাৰ্গৰ নৱতম চিনেমা আন্দাৰৱৰ্ল্দৰ ত্ৰেইলাৰ বুধবাৰে মুকলি হৈছে। অহা ৫ অক্টোবৰত চিনেমাখনে অসমৰ চিত্ৰগৃ্হত মুক্তি পাব বুলিও সদৰী কৰিছে...
Read moreসাংস্কৃতিক নগৰ শিৱসাগৰত অৱস্থিত অসমৰ দ্বিতীয়টো ছবিগৃহ "লক্ষী টকীজ" যোৱা শুকুৰবাৰৰ পৰা বন্ধ কৰি দিয়া হয়। বহুটো ঘাত-প্ৰতিঘাতৰ মাজেৰে ৮১...
Read moreৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পাছত আনটো সুনাম আৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাই। এইবাৰ বলিউত শেহতীয়াভাৱে মুক্তি লাভ কৰা...
Read moreঅসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া চলচ্চিত্ৰ আৰু অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী শিল্পী গুণ মহন্ত...
Read moreসুদীৰ্ঘ দিনৰ পাছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উভতি আহিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰা ৷ ‘নিয়তি’ আৰু ‘সংকল্প’ নামৰ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd