গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

সৰু নহয়! ৫.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল অসম; চুবুৰীয়া ৰাজ্যতো অনুভুত কম্পন

সোমবাৰে পুৱতি নিশা ৪:১৭:৪০ বজাত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই ভূমিকম্পৰ...

Read moreDetails

দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱৰ আৰম্ভণি; পূৰ্বৰ তুলনাত ৪০ শতাংশ হ্ৰাস পাইছে মাছৰ উৎপাদন

গুৱাহাটী মহানগৰীৰ কাষৰীয়া ঐতিহাসিক দীপৰ বিলত পৰম্পৰাগতভাৱে আৰম্ভ হৈছে সমূহীয়া মাছ ধৰা উৎসৱ, যাক স্থানীয়ভাৱে ‘বিল মাৰা’ উৎসৱ বুলি জনা...

Read moreDetails

চাবুৱাত পথ দুৰ্ঘটনা: কথমপি ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ ৰামেশ্বৰ তেলী

অসমৰ চাবুৱাৰ সমীপত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী...

Read moreDetails

গুৱাহাটী-কলকাতাৰ মাজত চলিব ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন

ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ৰে’ল ভৱনত অনুষ্ঠিত এখন বৈঠকত...

Read moreDetails

খেৰণিৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে বিৰোধীৰ সজাতি দলে; স্থায়ী সমাধানৰ দাবী

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত শেহতীয়াকৈ সংঘটিত উত্তপ্ত পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে ৰাজ্যৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ এটা সজাতি দল...

Read moreDetails

প্ৰচণ্ড শীতৰ বাবে গুৱাহাটীৰ সকলো চৰকাৰী স্কুল ৬ জানুৱাৰীলৈ বন্ধ ঘোষণা

ৰাজ্যত অব্যাহত থকা তীব্ৰ শীতৰ প্ৰকোপলৈ লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য আৰু...

Read moreDetails

বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দিব লাগিব: কটাক্ষ অখিল গগৈৰ

বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল...

Read moreDetails

বহীত লিখা আছিল ‘Sorry Everyone’: কানপুৰ আইআইটিৰ হোষ্টেলত বিটেক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (IIT Kanpur) চৌহদত বিটেক চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ...

Read moreDetails

বাদ পৰা নাই অসমো! ২০২৫ বৰ্ষত শিক্ষানুষ্ঠানত সংঘটিত এলানি জঘন্য যৌন নিৰ্যাতনৰ ঘটনা

চৰকাৰে মহিলাৰ শিক্ষা তথা সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে, বিশেষকৈ চৰকাৰৰ 'বেটি বচাও বেটি পঢ়াও' অভিযান। দেশৰ প্ৰান্তে প্ৰান্তে...

Read moreDetails

তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ ১০০ দিন অতিক্ৰম: ২৪ ঘণ্টীয়া অনশনত বহিল প্ৰতিবাদকাৰী

তেজপুৰ বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনীয়া অমীমাংসিত সমস্যাসমূহক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদে ১০০ দিন অতিক্ৰম কৰাৰ সময়তে বিশ্ববিদ্যালয়ৰ অংশীদাৰসকলে এক ২৪ ঘণ্টীয়া...

Read moreDetails
Page 30 of 128 1 … 29 30 31 … 128

Stay Connected

Recent News