গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

২৫ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে তীব্ৰতৰ হ’ব আন্দোলনঃ চাহ জনগোষ্ঠীৰ হুংকাৰ

ভূমি অধিকাৰ, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত ক্ষোভ অব্যাহত আছে চাহ শ্ৰমিকসকলৰ। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্বকাৰী সংগঠনসমূহে এই তিনিটা মূল...

Read moreDetails

খনন আইন লংঘন অসম চৰকাৰৰ! উচ্ছেদ অভিযানৰ বাবে এমএমডিআৰআৰ পুঁজিৰ অপব্যৱহাৰ

অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে খনি আৰু খনিজ উন্নয়ন, পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন পুঁজি (এমএমডিআৰআৰ)ৰ পৰা অবৈধভাৱে ৬.১২ কোটি টকাৰ...

Read moreDetails

ইজিপ্তীয়-আমেৰিকান চলচ্চিত্ৰ মহোৎসৱ ২০২৫ লৈ নিৰ্বাচিত দুখন কৈ অসমীয়া ছবি

ইজিপ্তীয়-আমেৰিকান চলচ্চিত্ৰ মহোৎসৱ ২০২৫-ৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত দুখন অসমীয়া ছবি "যোদ্ধা – দ্যা ৱাৰিয়ৰ" - পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শাখাত, আৰু ​"ইনক্লিনেশ্বন"...

Read moreDetails

কোকৰাঝাৰ বিস্ফোৰণঃ অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত সন্দেহযুক্ত মাওবাদী

কোকৰাঝাৰ জিলাৰ ৰে’লপথত শেহতীয়াকৈ সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ আঁৰত থকা বুলি অভিযোগ উত্থাপন হোৱা এজন সন্দেহযুক্ত মাওবাদীক শনিবাৰে...

Read moreDetails

পুনৰ বিতৰ্কৰ মাজত দেব’লাল গাৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ…

অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাসমূহত বৃদ্ধি পাইছে ৰাজনৈতিক উত্তেজনা। এন চি হিলছ স্বায়ত্তশাসিত পৰিষদৰ...

Read moreDetails

ৰাজ্যৰ বিশিষ্ট সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীৰ দেহাৱসান

অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীৰ দেহাৱসান ঘটিছে। গুৱাহাটীৰ হেঙৰাবাৰী নিবাসী প্ৰবীণ সাংবাদিকগৰাকীয়ে শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে।...

Read moreDetails

গুৱাহাটীত আন এক হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনা; প্ৰাণ হেৰুৱালে এগৰাকী ১৯ বছৰীয়া যুৱকে

এক মৰ্মান্তিক হিট এণ্ড ৰানৰ ঘটনাত মহানগৰীৰ জয়ানগৰ মেইন ৰোডত তীব্ৰবেগী হুণ্ডাই i20 N Line গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী...

Read moreDetails

 ‘লাভ জিহাদ’ আৰু বহুবিবাহ সন্দৰ্ভত বিধেয়ক আনিব অসম চৰকাৰে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰ ২২ অক্টোবৰ, ২০২৫ জনাইছে যে ৰাজ্য চৰকাৰে আগান্তুক বিধানসভা অধিৱেশনত ‘লাভ জিহাদ’ আৰু বহুবিবাহৰ দৰে...

Read moreDetails

ভূমি চিলিং আইন সংশোধন: চাহ জনজাতিৰ বাবে প্ৰায় তিনি লাখ বিঘা মাটি আবণ্টনৰ ঘোষণা

ৰাজ্য জুৰি চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতীয় মৰ্যাদাৰ দাবীৰ লগতে ভূমি পট্টাৰ দাবীত প্ৰতিবাদ কৰি থকাৰ সময়তে,  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

Read moreDetails

দীপাৱলীত হ্ৰাস পালে মহানগৰীৰ বায়ু আৰু শব্দ প্ৰদূষণ…

এইবাৰৰ দীপাৱলীত গুৱাহাটী মহানগৰীত বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে ৰাজ্যজুৰি শোকৰ ছাঁ...

Read moreDetails
Page 42 of 128 1 … 41 42 43 … 128

Stay Connected

Recent News