আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ গ্ৰাউণ্ড ফৰ্চৰ মুৰব্বী জেনেৰেল অলেগ ছাল্যুকোভক বৰ্খাস্ত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। বৃহস্পতিবাৰে (১৫ মে’) ক্ৰেমলিনে তেওঁক বৰ্খাস্ত কৰাৰ...

Read moreDetails

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

উৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোচে মুজিকাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈছে। তেওঁৰ সৰল জীৱনশৈলীৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে "আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি" হিচাপে পৰিচিত...

Read moreDetails

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তুৰ্কীৰ প্ৰতিষ্ঠান...

Read moreDetails

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

ছৌদি আৰৱৰ পৰা পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে ৫ হাজাৰৰো অধিক ভিক্ষাৰী। কেৱল সেয়াই নহয়, আন পাঁচখন দেশত ভিক্ষাৰ অভিযোগত আৰু...

Read moreDetails

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলে এছ জয়শংকৰে। এইবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা...

Read moreDetails

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

পুৱাই পুৱাই ভূমিকম্পত কঁপি উঠিল চীন। শুকুৰবাৰে পুৱা চীনত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫।...

Read moreDetails

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

বেন এণ্ড জেৰী আইচক্ৰীমৰ সহ-প্ৰতিষ্ঠাপক তথা সামাজিক কৰ্মী বেন কোহেনক গাজা যুদ্ধত আমেৰিকাৰ চেনেটে ইজৰাইলক সমৰ্থন কৰাৰ প্ৰতিবাদ কৰাৰ সময়তে...

Read moreDetails

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

লাইভ ষ্ট্ৰীমিংৰ সময়ত নিজৰ দোকানতে গুলীবিদ্ধ হৈ মৃত্যু হৈছে মেক্সিকান বিউটি ইনফ্লুৱেন্সাৰ ভেলেৰিয়া মাৰ্কেজৰ। ঘটনাৰ সময়ত তেওঁ টিকটকত নিজৰ অনুগামীসকলৰ...

Read moreDetails

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলে ভাৰতত উৎপাদন কৰাটো নিবিচাৰে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ডোহাত এক বাণিজ্যিক অনুষ্ঠানত এপলৰ চিইঅ’ টিম কুকৰ...

Read moreDetails

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

ভাৰতৰ অপাৰেচন সিন্দুৰৰ বিজয়ৰ পিছত উত্থান দেখিবলৈ পোৱা গৈছে বেলুচিস্তানৰ! বেলুচ বিদ্ৰোহৰ প্ৰধান নেতা মিৰ ইয়াৰ বালোচে বুধবাৰে স্বাধীন বেলুচিস্তানৰ...

Read moreDetails
Page 179 of 496 1 … 178 179 180 … 496

Stay Connected

Recent News