দেশ

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

নিট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী...

Read moreDetails

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

পৰীক্ষাত নকল আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ উদ্দেশ্যে সংসদত গৃহীত হোৱা 'চৰকাৰী পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬'ত অনুমোদন...

Read moreDetails

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ ৰূপান্তৰকামী বা ট্ৰান্সজেণ্ডাৰ সম্প্রদায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এটি মন্দিৰ উচৰ্গা কৰিবলৈ ওলাইছে। সমাজত তেওঁলোকক উপযুক্ত সন্মান আৰু আইনী...

Read moreDetails

অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া বুলেটিন অনুসৰি আৰু দুজন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি পাইছে।...

Read moreDetails

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত লোকসভাত বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) আইন সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা...

Read moreDetails

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

জম্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণ। বাতৰি অনুসৰি শুকুৰবাৰে সন্ধিয়া কুলগামত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত গুলীচালনা কৰা হয়। ফলত এজন শ্ৰমিক থিতাতে নিহত...

Read moreDetails

বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

কমনৱেলথ গেমছ ২০২৬ ত নৱম দিনৰ সফল সমাপ্তিৰ পাছত আজি দশম দিনা ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ...

Read moreDetails

ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ক্ষমা পৰম ধৰ্ম! আজিৰ হিংসাত্মক পৃথিৱীত এই বাণীৰ প্ৰয়োগ কিমান হয় সেয়া জনা নাযায়। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই...

Read moreDetails

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

সংসদৰ চলিত অধিৱেশনৰ মাজতে অসমৰ বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ সমুখত নিজৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়...

Read moreDetails

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)-ৰ অধীনত ভূমি আৰু মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক পুনৰ গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে...

Read moreDetails
Page 105 of 1879 1 … 104 105 106 … 1,879

Stay Connected

Recent News