দেশ

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

অযোধ্যাৰ ৰাম মন্দিৰৰ পিছত এইবাৰ উত্তৰাখণ্ডৰ বিখ্যাত বদ্ৰীনাথ ধামতো দানৰ ধন চুৰি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই চুৰিৰ...

Read moreDetails

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ আঁৰৰ ‘বৃহৎ ষড়যন্ত্ৰ’ৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু কঠোৰ ইউএপিএ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা জেএনইউৰ...

Read moreDetails

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

দীৰ্ঘ ৫২ বছৰৰ অপেক্ষাৰ অন্ত পৰিল। মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা পৰিয়ালত জন্ম হৈছে এগৰাকী নৱজাত কন্যাসন্তানৰ। বিগত পাঁচ দশকতকৈও অধিক সময়...

Read moreDetails

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাই দল ত্যাগ কৰিছে। বাতৰি অনুসৰি ব্যক্তিগত কাৰণত বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ পূনাৱাল্লাই পদত্যাগ পত্ৰ...

Read moreDetails

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যোৱা কেইদিনমানৰ পৰা ইনষ্টাগ্ৰাম, এক্স বা ফেচবুক খুলিলেই বাৰে বাৰে এটা অদ্ভুত বাক্যাংশ দেখিবলৈ পোৱা গৈছে, ‘Vasteguna Huiya’। এই বাক্যাংশ...

Read moreDetails

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিওৱাণ্ডিত মাজ নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। চাৰি মহলীয়া এটা অট্টালিকা হঠাতে ভাঙি পৰে। বৃহস্পতিবাৰে নিশা...

Read moreDetails

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

সংসদত দাখিল কৰিছে উদ্বেগজনক পৰিসংখ্যা মোডী চৰকাৰে। দেখা গৈছে যে বিজেপি শাসিত কেইবাখনো ৰাজ্যত বিদ্যালয় ত্যাগ কৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ...

Read moreDetails

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি প্ৰণৱ দলেকে ধৰি চাৰিজন ভূমি অধিকাৰ কৰ্মীক আদালতে জামিন প্ৰদান কৰিছে।...

Read moreDetails

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

NEET-ক লৈ বিতৰ্ক শেষ হোৱা নাই। NEET সন্দৰ্ভত আন এক নতুন গোচৰ ৰুজু হৈছে। প্ৰশ্ন ফাদিল হোৱাৰ পিছত এইবাৰ NEET-ৰ...

Read moreDetails

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

বিধানসভা বা বিধান পৰিষদৰ তেওঁ কোনো সদস্য নহয়। তথাপি ছমাহতকৈও অধিক সময় মন্ত্ৰী হিচাপে কাম কৰি আছে! এইবাৰ উচ্চতম ন্যায়ালয়ত...

Read moreDetails
Page 106 of 1879 1 … 105 106 107 … 1,879

Stay Connected

Recent News