দেশ

জিন্না বিতৰ্ক! অখিলেশ যাদৱক ‘তালিবানী মানসিকতাৰ’ আখ্যা দিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ভাৰতৰ স্বাধীনতা যুঁজৰ নেতাসকলৰ সৈতে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ নাম উল্লেখ কৰাৰ পিছত...

Read moreDetails

Farmer Protest against Farmer act : বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাকেশ টিকাইট, ২৬ নৱেম্বৰলৈ দিলে সময়সীমা

Farmer Protest against Farmer act : নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কৃষক নেতা ৰাকেশ টিকাইট।...

Read moreDetails

LPG price rise: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম, কেনে ছিলিণ্ডাৰত কিমান বাঢ়িল দাম?

১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম পুনৰ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে। সেইমৰ্মে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত প্ৰতিটো ৰন্ধনগেছৰ...

Read moreDetails

সকাহ! অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে কোভাক্সিনক স্বীকৃতি দিলে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়াই আজি দেশভ্ৰমণৰ উদ্দেশ্যে ভাৰতৰ কোভাক্সিনক স্বীকৃতি দিছে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত কোভাক্সিনে অনুমোদন লাভ নকৰাৰ মাজতে অষ্ট্ৰেলিয়াৰ এই স্বীকৃতিয়ে বিশেষ...

Read moreDetails

জিন্নাক গান্ধী-পেটেলৰ সৈতে একেশাৰীত ৰাখিলে অখিলেশ যাদৱে,ক’লে “স্বাধীনতাৰ বাবে একেলগে যুঁজিছিল তেওঁলোকে”

এইবাৰ মহম্মদ আলি জিন্নাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ। আনকি পাকিস্তানৰ জন্মদাতা জিন্নাৰ স’তে মহাত্মা গান্ধী...

Read moreDetails

Facebook bans Taslima Nasreen ফেচবুকত ৭দিনৰ বাবে নিষিদ্ধ তচলিমা নাচৰিণ; কিহৰ বাবে ল’লে এই সিদ্ধান্ত?

Facebook bans Taslima Nasreen জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে বাংলাদেশৰ জনপ্ৰিয় লেখিকা তচলিমা নাচৰিণৰ প্ৰফাইলক নিষিদ্ধ বুলি চিহ্নিত কৰিছে। তচলিমাই...

Read moreDetails

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

অৱশেষত সূদীৰ্ঘ ১৭ দিনৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ...

Read moreDetails

দলিত যুৱকৰ সৈতে বিয়াত বহাৰ ‘পাপ’! ৰাজহুৱাকৈ কৰা হ’ল ‘বিশুদ্ধিকৰণ’!

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দেশৰ পৰা নাশ হোৱা নাই জাতি-বৰ্ণৰ বৈষম্য। জাতি বৈষম্যই এতিয়াও ভাৰাক্ৰান্ত্ৰ কৰি ৰাখিছে একাংশ ভাৰতীয়ৰ মন।...

Read moreDetails

কংগ্ৰেছে সাজিছিল বিমান বন্দৰ-ৰেলপথ,বিজেপিয়ে বেচি কৰিছে তহিলং— কোনে ক’লে?

কংগ্ৰেছে বিগত ৭০ টা বছৰত ৰে'লপথ, বিমান বন্দৰ, ৰাস্তা-ঘাট নিৰ্মাণ কৰিছিল যদিও বিজেপিয়ে এতিয়া সেইবোৰ বেচি তহিলং কৰিছে। এই মন্তব্য...

Read moreDetails

নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ বিৰুদ্ধে সৰৱ সুশান্ত সিং ৰাজপুত পৰিয়ালৰ ব্যক্তিগত অধিবক্তা

নাৰ্কটিক কণ্ট্ৰল ব্যুৰো, চমুকৈ এনচিবিৰ ওপৰত এইবাৰ চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰিছে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিঙে। অধিবক্তাগৰাকীয়ে এটা...

Read moreDetails
Page 1616 of 1866 1 … 1,615 1,616 1,617 … 1,866

Stay Connected

Recent News