দেশ

সম্পৰ্ক উন্নীত কৰাৰ চেষ্টা: ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ বিদেশমন্ত্ৰী

বিতৰ্কিত মানচিত্ৰ, সীমা সমস্যা, চীনৰ সৈতে ঘনিষ্ঠতা আদি বিষয় সমূহক কেন্দ্ৰ কৰি নেপালৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰত...

Read moreDetails

কৃষি আইনৰ বিৰোধিতাত ‘পদ্ম বিভূষণ’ ঘূৰাই দিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰকাশ সিং বাদলে

কৃষি আইনৰ বিৰুদ্ধে দেশত কৃষকৰ আন্দোলনে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ বিৰোধিতা কৰি পঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু আকালি...

Read moreDetails

গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন

ক’ৰ’না মহামাৰীত পৰিণত হোৱা ২০২০ বছৰটো কেইদিনমানৰ ভিতৰতে শেষ হ'ব যদিও চৌদিশে ক’ৰ’নাৰ প্ৰভাৱ কিন্তু এতিয়াও চলিয়েই আছে। মহামাৰীৰ মাজতেই...

Read moreDetails

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৫,৫৫১ গৰাকী ব্যক্তি ক’ভিড প’জিটিভ; ৫২৬ গৰাকীৰ মৃত্যু

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৫ লাখ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ৩৫,৫৫১ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত...

Read moreDetails

MDH মছলাৰ প্ৰতিষ্ঠাপক ‘মহাশয়’ ধৰ্মপাল গুলাটীৰ মৃত্যু

মছলাৰ ৰজা আৰু এমডিএইচ মছলাৰ স্বত্বাধিকাৰী মহাশয় ধৰ্মপাল গুলাটিৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৮ বছৰ। হৃদযন্ত্ৰ বিফল...

Read moreDetails

‘ভগৱান কৃষ্ণৰ নামত সহস্ৰাধিক গছ কাটিব নোৱাৰে’, যোগী চৰকাৰক ক’লে উচ্চতম ন্যায়ালয়ে

উত্তৰ প্ৰদেশৰ মথুৰাত ভগৱান কৃষ্ণৰ মন্দিৰলৈ যোৱা এটা পথ সম্প্ৰসাৰণৰ বাবে গছ কটাৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম নায়ালয়ে।...

Read moreDetails

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ; পিছ পৰি ৰ’ল শচীন

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেনবেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।...

Read moreDetails

গুজৰাটৰ বিজেপি সাংসদ অভয় ভৰদ্বাজৰ ক’ৰ’নাত মৃত্যু

গুজৰাট নিবাসী বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ অভয় ভৰদ্বাজৰ মঙলবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত ক'ভিড-১৯ সংক্ৰমণৰ ফলত মৃত্যু হয়। ৰাজ্যখনৰ উপ...

Read moreDetails

কৃষক বিক্ষোভে কঁপাইছে দেশ; আজিয়েই কৃষক সংগঠনক আলোচনাৰ বাবে মাতিলে কেন্দ্ৰই

দেশৰ ৰাজধানী নতুন দিল্লীৰ সীমান্তত প্ৰচণ্ড শীতকো নেওচি কৃষক বিক্ষোভে সৃষ্টি কৰা উত্তাপত খুঁটি লৰিছে কেন্দ্ৰৰ। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত...

Read moreDetails

কাশ্মীৰ প্ৰসংগত ইছলামিক দেশৰ স্থিতিক কঠোৰ সমালোচনা ভাৰতৰ

কাশ্মীৰ বিষয়কলৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে বিশ্বৰ ৫৭ খন ইছলামিক দেশে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত কৰা...

Read moreDetails
Page 1651 of 1815 1 1,650 1,651 1,652 1,815

Stay Connected

Recent News