দেশ

নিৰ্বাচনত বিজেপিক সহায় ফেচবুকৰ, যুটীয়া সংসদীয় সমিতিৰ তদন্ত দাবী ৰাহুল গান্ধীৰ

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মাধ্যম ফেচবুকে নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী...

Read moreDetails

শাপমুক্ত! কাশ্মীৰৰ দুই জিলাত আৰম্ভ ৪-জি ইণ্টাৰনেট সেৱা

অৱশেষত যেন শাপমুক্ত হ’ল ভূ-স্বৰ্গ কাশ্মীৰৰ দুখনকৈ জিলা। সন্ত্ৰাসজৰ্জৰ কাশ্মীৰত ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ...

Read moreDetails

টিকটকৰ পাছত এইবাৰ ট্ৰাম্পৰ লক্ষ্য চীনা কোম্পানী আলীবাবা!

আমেৰিকা আৰু চীনৰ মাজত সংঘাত ক্ৰমে বৃদ্ধি পাই আহিছে। ইয়াৰ মাজতে বাণিজ্যিক দিশত আমেৰিকাই কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে।...

Read moreDetails

কথকতাতকৈ তেওঁৰ মৌনতা আছিল অধিক শক্তিশালী; বাজপেয়ীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোডী

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী। বিজেপিৰ অটল বৃক্ষ স্বৰুপ বাজপেয়ীৰ মৃত্যু তিথিত আজি পুৱা নতুন...

Read moreDetails

অহা মাহৰ পৰা বৃদ্ধি পাব এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ!

দেশৰ দুই আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভাৰতী এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ অহা মাহৰ পৰা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এক বিশেষ...

Read moreDetails

পাঁচ মাহৰ মূৰত খোল খালে বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ

ক’ৰ’ণাতংকৰ বাবে বন্ধ হৈ থকা কাশ্মীৰৰ বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ আজি খোল খালে। দেশত ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হোৱাৰ...

Read moreDetails

ইংৰাজৰ বিৰোধিতা কৰাৰ বাবেই দেওবাৰেও খোলা ৰখা হয় এইখন বিদ্যালয়

দেওবাৰ বন্ধৰ দিন। এই দিনটোত সকলো বিদ্যালয় বন্ধ থাকে। কিন্তু সকলো বিদ্যালয় বুলি ক’লে হয়তো ভুল কৰা হ’ব। কাৰণ দেশৰ...

Read moreDetails

তিনি কিলোমিটাৰ দূৰৰ পৰাই ড্ৰোন ধ্বংস কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন ডি আৰ ডি অ’ৰ

সন্ত্ৰাসবাদীয়েই হওঁক বা কোনো শত্ৰু ৰাষ্ট্ৰই হওঁক,ড্ৰনৰ সহায়ত এতিয়া বহুতেই ভাৰতৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। কেৱল দৃষ্টি ৰখাই নহয়, ড্ৰোনৰ...

Read moreDetails

ৰাজস্থানৰ এখন ভৌতিক গাঁও,য’ত ঘৰ-দুৱাৰ সকলো আছে কিন্তু নাথাকে কোনো মানুহ

বিশ্বত বহু অলৌকিকতাৰে পৰিপূৰ্ণ অঞ্চল থকাৰ দৰে ভাৰততো এনে বহু ঠাই আছে যিবোৰ ঠাইৰ ৰহস্য আজিও ভেদ হোৱা নাই। ভাৰতৰ...

Read moreDetails

সশস্ত্ৰ বাহিনীৰ বাবে শৌৰ্য কাৰ্ড মুকলি এইচডিএফচি বেংকৰ

এইচডিএফচি বেংক লিমিটেডে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনা সশস্ত্ৰ বাহিনীৰ লোকসকলৰ বাবে এক নতুন কাৰ্ড মুকলি কৰে৷ ‘শৌৰ্য কেজিচি কাৰ্ড’...

Read moreDetails
Page 1704 of 1817 1 1,703 1,704 1,705 1,817

Stay Connected

Recent News