দেশ

গুজৰাট বিজেপিৰ কাৰ্যালয়ত কৰণী সেনাৰ প্ৰতিবাদ! ৰাজপুত-ক্ষত্ৰিয়ই জনালে বিজেপি বৰ্জনৰ আহ্বান

প্ৰায় এটা দশক পূৰ্বে গুজৰাটত পাটিদাৰ সম্প্ৰদায়ৰ সংৰক্ষণৰ দাবীত কৰা আন্দোলনে জোকাৰি গৈছিল। ঠিক অনুৰূপধৰণে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Read moreDetails

১৯৯৩ চনৰ পৰা নলাত মৃত্যু হোৱা ১২৪৮ জনৰ ৮১টা পৰিয়ালে লাভ কৰা নাই ক্ষতিপূৰণ

এক আশাহত কৰা খবৰ৷ সমাজৰ সৰ্বস্তৰৰ লোকৰ প্ৰগতিৰ জয়গান গোৱা চৰকাৰসমূহৰ অধীনত সংঘটিত হৈছে এক আজৱ কাণ্ড৷উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি...

Read moreDetails

উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিলে বাবা ৰামদেৱে;পুনৰ এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি

অৱশেষত যোগগুৰু ৰামদেৱে উচ্চতম ন্যায়ালয়ত বিনাচৰ্তে ক্ষমা খোজে।কেৱল ৰামদেৱই নহয়, পতঞ্জলিৰ পৰিচালন সঞ্চালক (এম ডি) আৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণেয়ো...

Read moreDetails

অন্ধ ভক্তৰ কাণ্ড! মোদীৰ বিজয় কামনাৰে নিজৰ হাতৰ আঙুলি কাটি অপৰ্ণ কৰিলে কালী মন্দিৰত

অন্ধভক্তৰ কথা শুনিলে বা তেওঁলোকৰ কাণ্ড দেখিলে চকু কপালত উঠিব যিকোনো যুক্তিবাদী বা সজাগ ব্যক্তিৰ। এইবাৰ এজন অন্ধভক্তই সংঘটিত কৰিলে...

Read moreDetails

ডিচেম্বৰ,২০২৩ত সৰ্বকালৰ সৰ্বোচ্চ ঋণৰ বোজাৰ সন্মুখীন ভাৰতীয় পৰিয়াল

ক্ৰমান্বয়ে সংকটৰ চৰম সীমাত উপনীত হৈছে ভাৰতীয় অৰ্থনীতি৷ বিত্তীয় সেৱা সংস্থা মতিলাল অছৱালৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ঘৰুৱা ঋণৰ মাত্ৰা...

Read moreDetails

জেলতেই থাকিব অৰবিন্দ কেজৰিৱাল; জামিন আবেদন নাকচ দিল্লী হাইকোৰ্টৰ

১৫ এপ্ৰিল পৰ্যন্ত জেলতেই থাকিব লাগিব অৰবিন্দ কেজৰিৱাল৷মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে সুৰা নীতি কেলেংকাৰীত ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ বাবে...

Read moreDetails

প্ৰথম পৰ্যায়ৰ ভোটদানত অপৰাধমূলক গোচৰত অভিযুক্ত ২৫২জন প্ৰাৰ্থী! শীৰ্ষস্থানত অৱস্থান বিজেপিৰ

সময়ৰো যে কি বিড়ম্বনা! এটা দশক পূৰ্বে এনে এটা লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই বিজেপিৰ তেতিয়াৰ ‘প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী’ নৰেন্দ্ৰ...

Read moreDetails

জঘন্য! পত্নীৰ প্ৰাণ লৈ মৃতদেহৰ কাষতে নিশা কটালে সুৰাপায়ী স্বামীয়ে

সংবাদ শিৰোনাম দখল কৰিছে বাংগালুৰুত সংঘটিত এক জঘন্য কাণ্ডই। নিজ পত্নীক হত্যা কৰি ৰাতি মৃতদেহৰ কাষতে বহি মদ্যপান কৰাৰ পিছত...

Read moreDetails

প্ৰাৰ্থীৰ সম্পত্তিৰ সবিশেষ জনাৰ অধিকাৰ নাই ভোটাৰৰ; ক’লে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ সকলো সম্পত্তিৰ বিষয়ে জনাটো ভোটাৰৰ অধিকাৰ নাই। প্ৰাৰ্থী পদৰ সৈতে জড়িত নোহোৱা বিষয়সমূহ গোপনীয় ৰখাৰ অধিকাৰ...

Read moreDetails

কৃষকৰ ক্ষোভ! নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হ’ল বিজেপি প্ৰাৰ্থী

ইটোৰ পিছত সিটোকৈ কৃষক বিৰোধী কাৰ্যকলাপৰ ফল ভুগিছে ভাৰতীয় জনতা পাৰ্টিয়ে। পাঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ  ক্ষোভিত কৃষকৰ প্ৰতিবাদৰ সন্মুখীন...

Read moreDetails
Page 571 of 1406 1 570 571 572 1,406

Stay Connected

Recent News