DMCA.com Protection Status

দেশ

অপ্ৰতিৰোধ্য কৰ’না: প্ৰথমবাৰৰ বাবে দেশত যোৱা ২৪ ঘন্টাত প্ৰায় ২০হাজাৰ লোক কৰ’নাত আক্ৰান্ত

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। যোৱা এটা দিনত দেশত ১৯,৯০৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৪১০ জন...

Read more

পৰিৱৰ্তনৰ প্ৰথম প্ৰভাৱ: কাশ্মীৰত বিভিন্ন ৰাজ্যৰ ২৫ হাজাৰ নাগৰিকলৈ স্থায়ী নাগৰিকত্ব

ৰাজ্যখনত দীৰ্ঘদিন বসবাস কৰি থকা যিসকল লোকক ইমানদিনে বহিৰাগত হিচাপে অভিহিত কৰি অহা হৈছিল সেইসকলে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে। উল্লেখ্য...

Read more

ভাৰতৰ বিৰোধিতা কৰি নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ চকী সংকটত! দলৰ ভিতৰতে তীব্ৰ সংঘাত

নেপালৰ প্ৰধান মন্ত্ৰী কে পি অ’লিয়ে এক ডাঙৰ সিদ্ধান্তৰ জৰিয়তে ভাৰত বিৰোধী স্থিতিৰ সৃষ্টি কৰিছিল। এতিয়া তেওঁ গ্ৰহণ কৰা সেই...

Read more

ম্যানমাৰৰ তেল-গেছ প্ৰকল্পত ৯০৯ কোটি টকা বিনিয়োগত অনুমোদন ভাৰতৰ

কেন্দ্ৰীয় কেবিনেটে ম্যানমাৰৰ Shwe অইল আৰু গেছ প্ৰকল্পৰ অধিক বিকাশৰ বাবে অ’ এন জি চি বিদেশ (OVL)ৰ অতিৰিক্ত বিনিয়োগত অনুমোদন...

Read more

বৰফ গলিল! পূব লাডাখ সীমান্তত পিছুৱাই যাবলৈ সন্মত ভাৰত আৰু চীনৰ সেনা

পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চীনৰ পিনে ম’ল্ডত সোমবাৰে হোৱা ভাৰত-চীনৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াৰ আলোচনা যোগাত্মক ৰূপে পৰিগণিত হৈছে।...

Read more

চীন সীমান্তৰ গুৰুত্বপূৰ্ণ ৩২টা পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই

চীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ সংঘাতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সীমান্ত আন্ত:গাঁথনি আৰু শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। ভাৰত-চীন সীমান্তৰ...

Read more

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪লাখ ২৫হাজাৰ অতিক্ৰম; মৃত্যুৰ সংখ্যা উদ্বেগজনক

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। সোমবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪লাখ ২৫হাজাৰ অতিক্ৰম কৰিছে। দেশত বিগত ১১দিনৰ...

Read more

বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হ’ব নোৱাৰে: ড০ মনমোহন সিং

চীনক প্ৰত্যুত্তৰ দিয়াৰ বাবে মোদী চৰকাৰক আহ্বান জনাইছে প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে। লাডাখ সীমান্তত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি...

Read more
Page 899 of 992 1 898 899 900 992

Recent News