চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰ’নাৰ সঠিক তথ্য! কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?
চীনে ইয়াৰ কৰ’না সম্পৰ্কীয় তথ্য সলনি কৰাৰ পাছতেই পোহৰলৈ আহিছে আন বহু গোপন কথা। চীনে যে প্ৰকৃত তথ্য গোপন ৰাখিছিল...
Read moreচীনে ইয়াৰ কৰ’না সম্পৰ্কীয় তথ্য সলনি কৰাৰ পাছতেই পোহৰলৈ আহিছে আন বহু গোপন কথা। চীনে যে প্ৰকৃত তথ্য গোপন ৰাখিছিল...
Read moreঅসমে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে চীনৰ পৰা নিজাববীয়াকৈ আমদানি কৰা ৫০,০০০ পিপিই কিট বুধবাৰে সন্ধিয়া গুৱাহাটীত আহি পাইছে। ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে...
Read moreবৰ্তমান সময়ত ক’ৰ’না ভাইৰাছৰ পৰা কোনোমতে মুক্তি লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়ত বিশ্বৰ দুই মহাশক্তি চীন...
Read moreবিশ্বত ক’ৰ’না ভাইৰাছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে যদিও ভাইৰাছবিধৰ উৎপত্তিস্থল চীনত ইয়াৰ সংহাৰ কমিবলৈ আৰম্ভ কৰিছে। জানিব পৰা...
Read moreক’ৰ’না ভাইৰাছৰ আতংকই পৃথিৱীজুৰি সকলোকে ভীতিগ্ৰস্ত কৰি ৰখাৰ সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। India Today-ৰ এক...
Read moreকৰ’নাভাইৰাছ মহামাৰী আৰম্ভ হোৱা চীনৰ হুবেই প্ৰদেশৰ উহান চহৰত প্ৰায় দুমাহতকৈয়ো অধিক সময় আইছ’লেশ্যনৰ পাছত আংশিকভাৱে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি...
Read moreকৰ’না ভাইৰাছৰ ভয়াবহতালৈ লক্ষ্য কৰি তথা প্ৰয়োজনীয়তালৈ চাই ভাৰতে পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেন্টছ (PPEs) কিটছ, N95 মাস্ক আৰু ভেন্টিলেটৰ্ছ আমদানি কৰাৰ...
Read moreনিজৰ দেশক ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত কৰি বৰ্তমান যুদ্ধ অভ্যাস আৰম্ভ কৰিছে ভাৰতৰ চুবুৰীয়া দেশ চীনে। সমগ্ৰ বিশ্ব চীনৰ পৰা...
Read moreবহুল প্ৰচাৰিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিখন বাতৰি কাকতে একেলগে চীনক আবেদন কৰিছে যে তেওঁলোকৰ বহিস্কৃত সাংবাদিকেইজনৰ বহিস্কৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগে।...
Read moreচীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ভাৰতত থকা চীনা ৰাষ্ট্ৰদূত ছুন য়ুইদঙৰ বিৰুদ্ধে সোমবাৰে বিহাৰৰ মুজাফৰপুৰ আদালতত অধিবক্তা সুধীৰ কুমাৰ ওঝাই...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd