প্ৰতিৱেশী

নেপালত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহেৰে তীব্ৰ প্ৰতিবাদ

নেপালৰ চৰকাৰী তথ্যত চীনে দেশখনৰ ৩৬ হেক্টৰ ভূমি বেদখল কৰা বুলি প্ৰকাশ পোৱাৰ পাছত সমগ্ৰ নেপালত চীনা ৰাষ্ট্ৰপতি ছি ঝিনপিঙৰ...

Read moreDetails

১৬টা মৃতদেহ উদ্ধাৰ, বাংলাদেশত ভয়ংকৰ ট্ৰেইন ট্ৰাজিদি

কমেও ১৬ গৰাকী লোকে মঙলবাৰে বাংলাদেশৰ ব্ৰাহ্মনবাৰিয়া জিলাত সংঘটিত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। পুৱতি নিশা প্ৰায় ৩ বজাত...

Read moreDetails

চীনত “কালী” উপাসনা

বেইজিঙত ভাৰতীয় ৰাষ্ট্ৰদূত ৱিক্ৰম মিশ্ৰিয়ে মঙলবাৰে চীনত হিন্দু শৈলীৰ মূৰ্তি থকা কেইখনমান উপাসনাথলী দৰ্শন কৰিছে। ৰাষ্ট্ৰদূতজনে এই দৰ্শনক #ChennaiConnectক আগবঢ়াই...

Read moreDetails

বেয়া দিনে লগ এৰা নাই ছাকিব উলৰ; বুলবুলত বিধ্বস্ত তেওঁৰ হেঁপাহৰ কেঁকোৰাৰ পাম

ভাল দিন চলা নাই বাংলাদেশৰ ক্ৰিকেট তাৰকা ছাকিব উল হাছানৰ। এক বেয়া দিনৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে বাংলাদেশৰ জনপ্ৰিয়...

Read moreDetails

অসমৰ গোৰ্খাসকলৰ বিষয়ত মূৰ নঘমাবলৈ প্ৰৱাসী নেপালী সমাজক সকীয়নি ভাৰতীয় গোৰ্খা পৰিসংঘৰ

অসমৰ গোৰ্খাসকলৰ হৈ মাত মতা অখিল ভাৰত নেপালী একতা সমাজক সকীয়াই দি আজি ভাৰতীয় গোৰ্খা পৰিসংঘই কয় যে প্ৰৱাসী নেপালী...

Read moreDetails

সংকট বাঢ়িল অনিল আম্বানিৰ; চীনৰ তিনিটা বেংকে কাষ চাপিছে আদালতৰ

চীনৰ তিনিটা বৃহৎ বেংকে ৰিলায়েন্স গ্ৰুপৰ মালিক অনিল আম্বানিৰ বিৰুদ্ধে লণ্ডন আদালতত ৬৮০ মিলিয়ন ডলাৰ (প্ৰায় ৪৭,৬০০ কোটি) আদায় নিদিয়াৰ...

Read moreDetails

বৰ্ধিত শক্তিৰে ক্ৰমশ পশ্চিমবংগ অভিমুখে ঘূৰ্ণিবতাহ ‘বুলবুল’; অসমতো প্ৰভাৱ পৰাৰ আশংকা

প্ৰতিমুহুৰ্তত গতিপথ সলনি কৰি পশ্চিমবংগ অভিমুখে আগবাঢ়িছে সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘বুলবুল’। বৃহস্পতিবাৰে সন্ধিয়া কলকাতা চহৰৰ পৰা মাত্ৰ ৭৫০ কিলোমিটাৰ দূৰত্বত অৱস্থান...

Read moreDetails

কাণৰ বিষত ৰ’ব পৰা নাছিল মানুহজন; ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা

কাণৰ ভিতৰত তীব্ৰ বিষ অনুভৱ কৰি সাৰ পাই উঠাৰ পাছত মানুহজনে বৰ অস্বস্তিত অনুভৱ কৰিব ধৰিলে। তেওঁ নিৰৱিছিন্ন সুৰসুৰণি এটা...

Read moreDetails

ৰাজকোটত ইতিহাস সৃষ্টিৰ লক্ষ্যৰে আজি টীম ইণ্ডিয়াৰ সন্মুখত আত্মবিশ্বাসী বাংলাদেশ

ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে টি-২০ শৃংখলা দখল কৰাৰ লক্ষ্যৰে আজি ৰাজকোটত সৰ্বশক্তিৰে খেলপথাৰত নামিব আলহী দল বাংলাদেশ। দিল্লীত অনুষ্ঠিত হোৱা...

Read moreDetails

পাকিস্তানৰ পাছত ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালৰ বিৰোধিতা

ভাৰত চৰকাৰে জাৰি কৰা দেশৰ নতুন ৰাজনৈতিক মানচিত্ৰক লৈ পাকিস্তানৰ পাছত এইবাৰ নেপালে বিৰোধিতা প্ৰকাশ কৰিছে। ভাৰতৰ দ্বাৰা প্ৰকাশিত নতুন...

Read moreDetails
Page 151 of 188 1 150 151 152 188

Stay Connected

Recent News